21
Jun
দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে পিক্সিছ গ্ল’বেল আৰু কোৱালছ.এআইৰ সহযোগত শেহতীয়া অধ্যয়ন বাজাজ এলিয়াঞ্জ লাইফ ৱমেন টাৰ্ম চাৰ্ভেৰ অন্তৰ্দৃষ্টিসম্পন্ন তথ্য উন্মোচন কৰিছে। এই সমীক্ষাত সমগ্ৰ মেট্ৰ’, টায়াৰ ১ আৰু টায়াৰ ২ চহৰসমূহৰ ১০০০ৰো অধিক দৰমহাপ্ৰাপ্ত আৰু স্বনিয়োজিত মহিলাক সামৰি গুণগত আৰু পৰিমাণগত পদ্ধতিৰ সংমিশ্ৰণ সামৰি লোৱা হৈছিল। ইয়াত মহিলাসকলৰ শীৰ্ষ আৰ্থিক অগ্ৰাধিকাৰ, জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰস্তুতি আৰু দীৰ্ঘম্যাদী আৰ্থিক সুৰক্ষাৰ দৃষ্টিভংগীৰ মূল্যায়ন কৰা হৈছিল। এই সমীক্ষাই শিশুৰ ভৱিষ্যৎ, শিক্ষাৰ খৰচ আৰু স্বাস্থ্যৰ উন্মেষক শীৰ্ষ চিন্তাৰ বিষয় হিচাপে লৈ আৰ্থিক অগ্ৰাধিকাৰৰ এক উল্লেখযোগ্য ৰূপান্তৰক উজ্জ্বল কৰি তুলিছে। টাৰ্ম বীমা কৰা মহিলাসকলৰ বাবে নিজৰ সন্তানৰ ভৱিষ্যৎ…
