18
Dec
অসমসহ মণিপুৰ আৰু অৰুণাচল প্ৰদেশত ৮০০ ৰো অধিক ড্ৰাগ-আসক্ত যুৱক-যুৱতীৰ জীৱন সলনি কৰা ডুলাক্স পেইণ্ট আৰু কোটিঙৰ নিৰ্মাতা আকজোনবেল (AkzoNobel) ইণ্ডিয়াই “প্ৰজেক্ট ৰিভাইভ”ৰ তিনি বছৰৰ মাইলৰ খুঁটি উদযাপন কৰিছে। যি হৈছে আলংকাৰিক চিত্ৰকলাৰ দক্ষতা নিৰ্মাণ, যাৰ দ্বাৰা অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ ড্ৰাগ আসক্ত যুৱক-যুৱতীৰ জীৱন সলনি কৰা হৈছে। ২০২১ চনৰ ডিচেম্বৰত মণিপুৰৰ আকজোনবেলে সমাজ কল্যাণ বিভাগ (মণিপুৰ চৰকাৰ) আৰু ইয়াৰ এনজিঅ’ অংশীদাৰ মেকাৰছ ফাউণ্ডেচনৰ সহযোগত প্ৰজেক্ট ৰিভাইভৰ পৰিচালনা পৰা হৈছিল। প্ৰজেক্ট ৰিভাইভ প্ৰযোজ্য কৰি প্ৰথমতে মণিপুৰৰ পাঁচখন জিলাৰ ২১ টা ড্ৰাগ পুনৰ্সংস্থাপন কেন্দ্ৰক (ডিআৰচি) চিনাক্ত কৰি তাৰ যুৱক-যুৱতীসকলক আলংকাৰিক চিত্ৰকলাৰ আকজোনবেলৰ বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণ পাঠ্যক্ৰম আগবঢ়োৱা হৈছিল।পাঠ্যক্ৰমটো সফলতাৰে সম্পূৰ্ণ…
