Business

‘ডাবল ভৰসা’ অভিযানৰ জৰিয়তে ন ৰূপত উজলি উঠিছে এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স

‘ডাবল ভৰসা’ অভিযানৰ জৰিয়তে ন ৰূপত উজলি উঠিছে এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স

পূৰ্বে মেক্স লাইফ ইঞ্চুৰেন্স নামেৰে পৰিচিত এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে আনুষ্ঠানিকভাৱে নিজৰ ৰিব্ৰেণ্ড উন্মোচন কৰিছে, এই ন ৰূপত সজাই তোলাটোৱে প্ৰতিষ্ঠানটোৰ সমৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে। কৰ্পৰেট নামত ‘এক্সিছ’ অন্তৰ্ভুক্ত হোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৱে জীৱন বীমা আৰু বিত্তীয় সেৱা খণ্ডত নিজৰ উপস্থিতি বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ৰিব্ৰেণ্ডিঙে এটা সতেজ ল'গ' মুকলি কৰিছে, য'ত এক্সিছৰ আইকনিক 'এ'ক আধুনিক বুৰ্গাণ্ডী ৰঙৰ সৈতে সংযুক্ত কৰি আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হৈছে, যি হৈছে আস্থা, দায়িত্ব আৰু আগন্তুক চিন্তাধাৰাৰ প্ৰতীক। এই নতুন পৰিচয়ে প্ৰতিষ্ঠানটোৰ "ডাবল ভৰসা" (ডাবল ট্ৰাষ্ট)ৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে, যাক টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা আৰু সহধৰ্মিনী ঋতিকা সাজদেহৰ…
Read More
মেগনাইট ডিমাণ্ডৰ দ্বাৰা পৰিচালিত ডিচেম্বৰ মাহত অভিলেখ সৃষ্টি কৰিছে নিছান ইণ্ডিয়াই

মেগনাইট ডিমাণ্ডৰ দ্বাৰা পৰিচালিত ডিচেম্বৰ মাহত অভিলেখ সৃষ্টি কৰিছে নিছান ইণ্ডিয়াই

নিছান মটৰ ইণ্ডিয়াই ২০২৪ চনৰ ডিচেম্বৰ মাহত মুঠ ১১,৬৭৬খন পাইকাৰী বাহন ৰপ্তানিৰে এতিয়ালৈকে সৰ্বোত্তম বিক্ৰী প্ৰদৰ্শন পঞ্জীয়ন কৰি ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। ২০২৪ চনৰ অক্টোবৰ মাহত মুকলি কৰা নতুন নিছান মেগনাইট এছইউভিখন ক্ৰয়ৰ বাবে ১০,০০০ৰো অধিক বুকিং লাভ কৰিছে। বিদায়ী কেলেণ্ডাৰ বৰ্ষত মুঠ ৯১,১৮৪ ইউনিট বিক্ৰী হোৱাৰ সমান্তৰালভাৱে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ উভয়তে নিছানৰ চাহিদা অব্যাহত আছে। ডিচেম্বৰ মাহত ৰপ্তানিৰ সংখ্যা ৯,৫৫৮ ইউনিট হৈছেগৈ, যি বছৰৰ পিছত বছৰ ধৰি ৭২% উল্লেখযোগ্য বৃদ্ধি হৈছে, আনহাতে ঘৰুৱা বিক্ৰী ২,১১৮খন হৈছিল। বিত্তীয় বৰ্ষ ২৪ত ৰপ্তানিৰ প্ৰদৰ্শন ৬৩% বৃদ্ধি হৈছিল, শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত প্ৰৱেশকে ধৰি ৬৫খনতকৈও অধিক দেশত ব্ৰেণ্ডটোৰ সফলতাত মেগনাইটে মূল অৰিহণা…
Read More
সংগ্ৰামৰ পৰা সফলতালৈ চানিয়ো হোৰামৰ উত্তৰণৰ যাত্ৰা: উদ্যমিতাৰ শিখৰ চুমাৰ এক উদাহৰণ

সংগ্ৰামৰ পৰা সফলতালৈ চানিয়ো হোৰামৰ উত্তৰণৰ যাত্ৰা: উদ্যমিতাৰ শিখৰ চুমাৰ এক উদাহৰণ

মাত্ৰ ৩৩টা ঘৰ থকা নাগালেণ্ডৰ এখন সৰু গাঁৱত ডাঙৰ-দীঘল হোৱা চানিয়ো হোৰাম নামৰ মহিলাগৰাকী আজিৰ তাৰিখত অধ্যৱসায় আৰু সফলতাৰ চাক্ষুস প্ৰমাণ। ভাই-ভনীসকলৰ ভিতৰত জ্যেষ্ঠ চানিয়ো হোৰামে শৈশৱত দৰিদ্ৰতা আৰু সীমিত সুযোগৰ বাবে আশানুৰূপভাৱে আগুৱাব পৰা নাছিল। পৰিয়ালৰ ভৱিষ্যতৰ দিনবোৰ সলনি কৰিবলৈ সংকল্পবদ্ধ হৈ নিজৰ ভাই-ভনীৰ শিক্ষা আৰু সপোন পূৰণ কৰিবলৈ মনত দৃঢ়তাৰে আগবাঢ়িল। ২০০৩ চনত চানিয়ো হোৰামে বেংগালুৰুলৈ যায়, য’ত চানিয়ো হোৰামে আইএটিএ পাঠ্যক্ৰমৰ সৈতে এটা চাকৰিও সন্তুলিতভাৱে চলাই নিয়ে। প্ৰত্যাহ্বান আহিলেও নিষ্ঠাসহকৰে আগুৱাই ভ্ৰমণ উদ্যোগত নিজৰ কৰ্মসংস্থাপন গঢ়িছিল। অৱশ্যে অতি সময়তে চানিয়ো হোৰামে উপলব্ধি কৰিছিল যে বেতনভোগী চাকৰিৰ সীমাবদ্ধতাই চানিয়ো হোৰামৰৰ বিত্তীয় আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ আকাংক্ষাত বাধা দিছিল। ২০১১…
Read More
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ফুকেট আৰু ডিব্ৰুগড়লৈ নতুন পথেৰে নেটৱৰ্ক সম্প্ৰসাৰণ

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ফুকেট আৰু ডিব্ৰুগড়লৈ নতুন পথেৰে নেটৱৰ্ক সম্প্ৰসাৰণ

নতুন শুভাৰম্ভণিৰ কথা সদৰি কৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰিচালন সঞ্চালক আলোকে সিঙে কয় যে, “আমাৰ ক্ৰমবৰ্ধমান নেটৱৰ্কত ফুকেট আৰু ডিব্ৰুগড়ক নতুনকৈ সংযোজন কৰিবলৈ পাই আমি অতিশয় আনন্দিত হৈছোঁ। গতিশীল আৰু সজীৱ আবেদনেৰে ভৰা ফুকেট চহৰে দক্ষিণ-পূব এছিয়াত আমাৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে, আনহাতে উত্তৰ-পূব ভাৰতৰ আমাৰ পঞ্চম গন্তব্যস্থান ডিব্ৰুগড়ে এই গুৰুত্বপূৰ্ণ অঞ্চলটোত বৃদ্ধিৰ পোষকতাৰ বাবে আমাৰ দায়বদ্ধতাক উজ্বল কৰি তুলিছে। এই শীতকালত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বাবে এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি, কিয়নো আমি আমাৰ নেটৱৰ্ক ৫০তকৈও অধিক গন্তব্যস্থানলৈ সম্প্ৰসাৰণ কৰিলোঁ। এই কৃতিত্ব আমাৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বহৰৰ দ্বাৰা চালিত, যিয়ে এতিয়া ৯০খন বিমান অতিক্ৰম কৰিছে আৰু ২০২৫ চনৰ…
Read More
২০২৪ বৰ্ষত কৰ্মশক্তিৰ ৰূপান্তৰক আগুৱাই নিছে এনএছডিচি-এ ; দক্ষতা, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ

২০২৪ বৰ্ষত কৰ্মশক্তিৰ ৰূপান্তৰক আগুৱাই নিছে এনএছডিচি-এ ; দক্ষতা, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ ২০২৪ চনত ভাৰতৰ দক্ষতা বিকাশ পৰিস্থিতিতন্ত্ৰক নতুন ৰূপ দি এক মাইলৰ খুঁটি বৰ্ষ অৰ্জন কৰে। স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ)ৰ দৰে পদক্ষেপৰ জৰিয়তে এআই, ড্ৰোন প্ৰযুক্তি আৰু ক্লাউড কম্পিউটিঙত ৫০০+ পাঠ্যক্ৰম আগবঢ়োৱা, এনএছডিচি-এ ১ কোটিৰো অধিক ব্যৱহাৰকাৰী পঞ্জীয়ন কৰিছে আৰু ৫০ লাখ পাঠ্যক্ৰম সম্পূৰ্ণ হৈছে। মেটা আৰু মাইক্ৰছফ্টৰ সৈতে সহযোগিতাই এই কাৰ্যসূচীবোৰ সমৃদ্ধ কৰিছে আৰু সমানে নিয়োগযোগ্যতা বৃদ্ধি কৰিছে।প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পিএমকেভিৱাই) ৪.০ আৰু স্কিল ইম্পেক্ট বণ্ডৰ পদক্ষেপে যথেষ্ট অৰিহণা যোগাইছিল, যিয়ে ২৯,০০০ৰো অধিক যুৱক-যুৱতীক দক্ষতা প্ৰদান কৰিছিল আৰু তথ্য-প্ৰযুক্তি তথা উৎপাদন খণ্ডত ৩.৫% বৃদ্ধিৰ সূচনা কৰিছিল। সেউজ শক্তি কাৰ্যসূচীয়ে ২.৩ লাখ কৰ্মসংস্থাপন সৃষ্টি কৰিছে,…
Read More
ট্ৰেভেল ব্ৰেণ্ড মকোবাৰাৰ মুখ হৈ পৰিল দিলজিৎ দোসাঞ্জ

ট্ৰেভেল ব্ৰেণ্ড মকোবাৰাৰ মুখ হৈ পৰিল দিলজিৎ দোসাঞ্জ

সীমাৰ পৰিধি ভাঙি নিজৰ সংগীতেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰা সংগীত চাঞ্চল্য দিলজিত দোচাঞ্জে ভ্ৰমণ আনুষঙ্গিক উদ্যোগৰ উদীয়মান প্ৰতিষ্ঠান মোকোবৰাৰ সৈতে সহযোগিতা কৰা ট্ৰেভেল ফেশ্বনৰ ভৱিষ্যতক ন ৰূপত সংজ্ঞায়িত কৰিছে। পৰম্পৰাৰ সৈতে আধুনিকতাৰ মিশ্ৰণৰ বাবে সদা পৰিচিত দিলজিতৰ মোকোবৰাৰ সৈতে শেহতীয়া সহযোগিতাই ভ্ৰমণৰ জগতখনলৈ এক অনন্য প্ৰান্ত কঢ়িয়াই আনিছে। ইতিমধ্যে মোকোবাৰাৰ ডিল-লুমিনেটি ৱৰ্ল্ড ট্যুৰ আৰু বলীউডৰ চলচ্চিত্ৰ ক্ৰুৰ চেটত লাগেজ প্ৰদৰ্শন কৰা এই অংশীদাৰিত্বই ডিজাইন চালিত, কাৰ্যক্ষম ভ্ৰমণ সঁজুলিৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। ২০২০ চনত প্ৰতিষ্ঠিত মোকোবাৰাই নিজৰ মসৃণ, বলিষ্ঠ আৰু অত্যাধিক কাৰ্যকৰী ভ্ৰমণ আনুষংগিক সামগ্ৰীৰ বাবে দ্ৰুততাৰে স্বীকৃতি লাভ কৰিছে, যাৰ ফলত দিলজিতৰ ষ্টাইলৰ বাবে এক নিখুঁতভাৱে সংগতি ৰাখে। "গ্লবেল…
Read More
টাটা এআইএ মাল্টিকেপ মমেণ্টাম কোৱালিটী ইণ্ডেক্স ফাণ্ড মুকলি টাটা এআইএ-ৰ 

টাটা এআইএ মাল্টিকেপ মমেণ্টাম কোৱালিটী ইণ্ডেক্স ফাণ্ড মুকলি টাটা এআইএ-ৰ 

ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এ আই এ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে টাটা এআইএ মাল্টিকেপ মমেণ্টাম কোৱালিটী ইনডেক্স ফাণ্ড মুকলি কৰিছে। এই নতুন ফাণ্ড অফাৰ নিফটি ৫০০ মাল্টিকেপ মমেণ্টাম কোৱালিটী ৫০ সূচকাংকৰ প্ৰতিলিপি কৰা ষ্টকৰ পৰ্টফলিঅ’ত বিনিয়োগ কৰি দীৰ্ঘম্যাদী মূলধনৰ সুবিধা লাভ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ২০২৪ চনৰ ২৪ ডিচেম্বৰৰ পৰা নতুন ফাণ্ড অফাৰ (এন এফ অ’) উইণ্ড’ খোলা থাকিব আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰত বন্ধ হ’ব। এই নতুন অফাৰ মুকলিৰ বিষয়ে সদৰি কৰি টাটা এ আই এৰ কাৰ্যবাহী উপাধ্যক্ষ তথা মুখ্য বিনিয়োগ বিষয়া (চিআইঅ’) হৰ্ষদ পাটিলে কয় যে, “ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ গতিপথ অব্যাহত থকাৰ লগে লগে…
Read More
গোদ্ৰেজ এগ্ৰোভেটে মাছ খেতিয়কসকলক সমৰ্থন কৰিবলৈ শীতকালীন ৰণনীতি প্ৰৱৰ্তন কৰে

গোদ্ৰেজ এগ্ৰোভেটে মাছ খেতিয়কসকলক সমৰ্থন কৰিবলৈ শীতকালীন ৰণনীতি প্ৰৱৰ্তন কৰে

শীতকাল অহাৰ লগে লগে অসমৰ মীনপালকসকলে উৎপাদনশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে, য’ত মাছৰ হজম শক্তি লেহেমীয়া আৰু পুষ্টিকৰ পদাৰ্থ শোষণ হ্ৰাস হোৱা দেখা যায়। গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে এই প্ৰত্যাহ্বানসমূহৰ সৈতে জোৰা মাৰিবলৈ আৰু ঠাণ্ডা দিনবোৰত সফলতা লাভ কৰিবলৈ প্ৰয়োজনীয় সঁজুলি আৰু জ্ঞানেৰে কৃষকসকলক সৱলীকৰণৰ বাবে ডিজাইন কৰা এক বিস্তৃত শীতকালীন কৌশল ৰূপায়ণ কৰিছে। গড্ৰেজ এগ্ৰ’ভেটৰ একুৱাফিড ব্যৱসায়ৰ চিইঅ’ ধ্ৰুৱজ্যোতি বেনাৰ্জীয়ে এই পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কয় যে, “ডিজিটেল প্লেটফৰ্ম আৰু সম্প্ৰদায়-চালিত পদক্ষেপৰ সুবিধা লৈ আমি এক ব্যাপক পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ প্ৰয়াস কৰিছোঁ, যিয়ে কৃষকসকলক আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ ঋতুগত সীমাবদ্ধতাবোৰ নেভিগেট কৰিবলৈ শক্তিশালী কৰি তোলে।”…
Read More
বুজাবুজিৰ চুক্তিত স্বাক্ষৰ নিছান, হোণ্ডা আৰু মিতছুবিচি মটৰ্ছৰ

বুজাবুজিৰ চুক্তিত স্বাক্ষৰ নিছান, হোণ্ডা আৰু মিতছুবিচি মটৰ্ছৰ

নিছান মটৰ কোম্পানী লিমিটেড(“নিছান”), হোণ্ডা মটৰ কোম্পানী লিমিটেড (“হোণ্ডা”) আৰু মিতছুবিচি মটৰ্ছ কৰ্পৰেচন(“মিতছুবিচি মটৰ্ছ”)-এ নিছান আৰু হোণ্ডাৰ মাজত স্বাক্ষৰিত এক বুজাবুজি চুক্তিত উল্লেখ কৰা এক যুটীয়া হোল্ডিং কোম্পানী স্থাপনৰ জৰিয়তে ব্যৱসায়িক একত্ৰিকৰণ সন্দৰ্ভত মিতছুবিচি মটৰ্ছৰ অংশগ্ৰহণ, অন্তৰ্ভুক্তি আৰু সমন্বয় ভাগ-বতৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই ফ্ৰেমৱৰ্কত মিতছুবিচি মটৰ্ছে অংশগ্ৰহণ কৰি আহিছে আৰু তিনিওটা কোম্পানীয়ে আলোচনাৰ সৈতে আগবাঢ়িছে। এই চুক্তিৰ কথা সদৰি কৰি নিছানৰ সঞ্চালক, অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিনিধি কাৰ্যবাহী বিষয়া মাকোটো উচিদাই কয় যে: “আমি আশা কৰোঁ যে যদি এই একত্ৰিকৰণ সফল হয়, তেন্তে আমি এক বিস্তৃত গ্ৰাহক আধাৰৰ কাষ চাপিবলৈ আৰু অধিক মূল্য প্ৰদান…
Read More
নিছান আৰু হোণ্ডাৰ অংশীদাৰে বহনক্ষম গতিশীলতাৰ বাবে যৌথ হোল্ডিং কোম্পানী গঠন কৰিব

নিছান আৰু হোণ্ডাৰ অংশীদাৰে বহনক্ষম গতিশীলতাৰ বাবে যৌথ হোল্ডিং কোম্পানী গঠন কৰিব

নিছান মটৰ কোম্পানী লিমিটেড ("নিছান") আৰু হোণ্ডা মটৰ কোম্পানী লিমিটেডে ("হোণ্ডা") যৌথ হোল্ডিং স্থাপনৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠানৰ মাজত ব্যৱসায়িক সংহতিৰ দিশত আলোচনা আৰু বিবেচনা আৰম্ভ কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। কাৰ্বন নিৰপেক্ষ সমাজ আৰু শূন্য-যান-বাহন-মৃত্যু সমাজ লাভৰ দিশত নিজৰ প্ৰচেষ্টা আৰু অধিক ত্বৰান্বিত কৰিবলৈ নিছান আৰু হোণ্ডাই ১৫ মাৰ্চত বাহনৰ বুদ্ধিমত্তা আৰু বৈদ্যুতিকৰণ যুগৰ বাবে কৌশলগত অংশীদাৰিত্বৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। চুক্তি স্বাক্ষৰৰ পিছৰে পৰাই কোম্পানী দুটাৰ মাজত বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে আলোচনা অনুষ্ঠিত হৈ আহিছে। ১ আগষ্টত দুয়োটা প্ৰতিষ্ঠানে কৌশলগত অংশীদাৰিত্বৰ পৰিকাঠামো গভীৰ কৰিবলৈ আৰু এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই অগ্ৰগতিৰ বিষয়ে নিছানৰ অধ্যক্ষ, চিইঅ' আৰু…
Read More