Business

বেছিভাগ মূৰৰ বিষ নিৰাপদ, কিন্তু সতৰ্ক সংকেতবোৰ জনাটো গুৰুত্বপূৰ্ণ, মেদান্তাৰ বিশেষজ্ঞসকলৰ অভিমত

বেছিভাগ মূৰৰ বিষ নিৰাপদ, কিন্তু সতৰ্ক সংকেতবোৰ জনাটো গুৰুত্বপূৰ্ণ, মেদান্তাৰ বিশেষজ্ঞসকলৰ অভিমত

মূৰৰ বিষ বহু মানুহৰ বাবে জীৱনৰ এক সাধাৰণ অংশ আৰু ই প্ৰায়ে দৈনিক কাৰক যেনে— মানসিক চাপ, টোপনিৰ অভাৱ, শৰীৰত পানীৰ শূন্যতা বা ডিহাইড্ৰেশ্বন, সময়মতে আহাৰ গ্ৰহণ নকৰা অথবা অতিমাত্ৰা স্ক্ৰীন টাইম (মোবাইল বা কম্পিউটাৰৰ ব্যৱহাৰ)ৰ বাবে আৰম্ভ হয়। যদিও বেছিভাগ মূৰৰ বিষ জিৰণি আৰু সৰল প্ৰতিকাৰৰ দ্বাৰাই ঠিক হৈ যায়, তথাপিও ২০২৬ চনত নিউজউইক নামৰ পত্ৰিকাখনে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ হাস্পতাল হিচাপে স্থান প্ৰদান কৰা গুৰুগ্ৰামস্থিত মেদান্তা- দ্য মেডিচিটী হাস্পতালৰ স্নায়ুৰোগ বিশেষজ্ঞসকলে কয় যে কিছুমান বিশেষ সতৰ্কবাণী বা লক্ষণৰ বিষয়ে অৱগত হ’লে প্ৰয়োজনৰ সময়ত মানুহে সঠিক সময়ত চিকিৎসাৰ সহায় ল’বলৈ সক্ষম হ’ব পাৰে। ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ অগ্ৰগতিৰ ফলত মূৰৰ বিষৰ…
Read More
বেদান্তা গ্ৰুপৰ ৪ টা নতুন কোম্পানী একেলগে শ্বেয়াৰ বজাৰত তালিকাভুক্ত

বেদান্তা গ্ৰুপৰ ৪ টা নতুন কোম্পানী একেলগে শ্বেয়াৰ বজাৰত তালিকাভুক্ত

বেদান্তা গ্ৰুপে  সোমবাৰে বোম্বাই ষ্টক এক্সচেঞ্জ আৰু নেচনেল ষ্টক এক্সচেঞ্জত একেলগে চাৰিটা নতুনকৈ পৃথক হোৱা কোম্পানী তালিকাভুক্ত কৰি নতুন কৰ্পৰেট ইতিহাস ৰচনা কৰিলে, যি ভাৰতৰ কৰ্পৰেট খণ্ডৰ অন্যতম বৃহত্তম পুনৰ্গঠন প্ৰক্ৰিয়া হিচাপে চিহ্নিত হৈছে।নতুনকৈ তালিকাভুক্ত হোৱা প্ৰতিষ্ঠানসমূহ— বেদান্তা এলুমিনিয়াম, বেদান্তা অইল এণ্ড গেছ, বেদান্তা আইৰন এণ্ড ষ্টীল আৰু বেদান্তা পাৱাৰ— গ্ৰুপৰ প্ৰধান তালিকাভুক্ত কোম্পানী বেদান্তা লিমিটেড-ৰ সৈতে সমান্তৰালভাৱে ব্যৱসায়িক লেনদেন অব্যাহত ৰাখিব। এই পদক্ষেপৰ লক্ষ্য হৈছে নিৰ্দিষ্ট খণ্ড-কেন্দ্ৰিক ব্যৱসায় গঢ়ি তোলা আৰু এলুমিনিয়াম, তেল আৰু গেছ, বিদ্যুৎ, লোহা আৰু তীখা, তথা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ দৰে ৰণনীতিগত উদ্যোগসমূহৰ শ্বেয়াৰহোল্ডাৰসকলৰ মূল্য বৃদ্ধি কৰা। তালিকাভুক্তি অনুষ্ঠানত ভাষণ প্ৰদান কৰি বেদান্তা গ্ৰুপৰ অধ্যক্ষ অনিল…
Read More
ডিগ্ৰীতকৈ অধিক গুৰুত্বপূৰ্ণ সঠিক দিশা: জেআইএছ গ্ৰুপৰ ডেপুটি ডাইৰেক্টৰ বিদ্যুৎ মজুমদাৰ

ডিগ্ৰীতকৈ অধিক গুৰুত্বপূৰ্ণ সঠিক দিশা: জেআইএছ গ্ৰুপৰ ডেপুটি ডাইৰেক্টৰ বিদ্যুৎ মজুমদাৰ

জীৱনত স্বচ্ছলতা আৰু সন্মান অৰ্জন কৰিবলৈ প্রয়োজন সঠিক শিক্ষা, গৱেষণাৰ মানসিকতা আৰু কৰ্মজীৱনৰ বাবে উপযুক্ত প্রস্তুতি। আৰু সেই লক্ষ্য পূৰণৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু তীব্র প্রতিযোগিতাৰ মাজত নিজকে গঢ়ি তোলাৰ মানসিকতা। শেহতীয়াকৈ এক বিশেষ আলোচনাত এনে গুৰুত্বপূৰ্ণ বার্তা আগবঢ়ায় জেআইএছ গ্ৰুপৰ ডেপুটি ডাইৰেক্টৰ বিদ্যুৎ মজুমদাৰে। তেওঁ কয়, দশম আৰু দ্বাদশ শ্ৰেণীৰ বিভিন্ন ব'ৰ্ড পৰীক্ষাৰ ফলাফল প্রকাশ পোৱাৰ পিছত দেশৰ লাখ লাখ শিক্ষার্থী জীৱনৰ এক গুৰুত্বপূর্ণ সন্ধিক্ষণত উপনীত হৈছে। কোনোবাই উচ্চশিক্ষাৰ জগতত প্রৱেশ কৰিবলৈ ওলাইছে, আনহাতে কোনোবাই ভৱিষ্যতৰ কৰ্মজীৱনৰ লক্ষ্য নির্ধাৰণত ব্যস্ত। প্রায় সকলো শিক্ষার্থীৰেই লক্ষ্য অধিক জ্ঞান আহৰণ, দক্ষতা বৃদ্ধি আৰু পৰৱৰ্তী সময়ত এক সন্মানজনক আৰু স্বচ্ছল জীৱন…
Read More
পিচিঅ’এছ আৰু এণ্ড’মেট্ৰিঅ’চিছৰ বাহিৰেও প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলোৱা গোপন স্বাস্থ্যজনিত সমস্যাসমূহ

পিচিঅ’এছ আৰু এণ্ড’মেট্ৰিঅ’চিছৰ বাহিৰেও প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলোৱা গোপন স্বাস্থ্যজনিত সমস্যাসমূহ

পিচিঅ’এছ বা পিএমঅ’এছ(পূৰ্বতে পিচিঅ"এছ নামেৰে জনাজাত) আৰু এণ্ড’মেট্ৰিঅ’চিছ। এইবোৰ অতি সাধাৰণ, বহুলভাৱে চৰ্চিত আৰু গুৰুত্বপূৰ্ণ। অৱশ্যে, গৰ্ভধাৰণত প্ৰভাৱ পেলাব পৰা স্বাস্থ্যজনিত সমস্যা কেৱল এই দুটাই নহয়। বহু দম্পতীৰ ক্ষেত্ৰত, গৰ্ভধাৰণত পলম হোৱাৰ কাৰণ এনে কিছুমান সমস্যা হ’ব পাৰে যিবোৰ অতি কম স্পষ্ট, যাৰ লক্ষণ অতি কম দেখা যায় আৰু যিবোৰ হয়তো এটা প্ৰাথমিক প্ৰজনন পৰীক্ষাত ধৰা নপৰিবও পাৰে। থাইৰয়ডৰ বিজুতি গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফৰ প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনে ব্যাখ্যা কৰিছে যে হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত থাইৰয়ড গ্ৰন্থিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া থাইৰয়ডৰ কাৰ্যক্ষমতা হ্ৰাস পায়, আনকি মৃদুভাৱে হ’লেও, ই অভুলেচন(ডিম্বস্ফোটন), ঋতুচক্ৰৰ গতি আৰু ভ্ৰূণ সংস্থাপনত প্ৰভাৱ…
Read More
মুখ্যমন্ত্ৰীয়ে অসমত পিএনজি, চিএনজি প্ৰকল্প উদ্বোধন কৰিলে

মুখ্যমন্ত্ৰীয়ে অসমত পিএনজি, চিএনজি প্ৰকল্প উদ্বোধন কৰিলে

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলভাৱে মঙলদৈত ঘৰুৱা পাইপড নেচাৰেল গেছ (পিএনজি) যোগান, উহনিত চিএনজি মাদাৰ ষ্টেচন, গোৰাইমাৰীত চিএনজি ডটৰ বুষ্টাৰ ষ্টেচন আৰু তেজপুৰত পতঞ্জলি আয়ুৰ্বেদ লিমিটেডলৈ ঔদ্যোগিক পিএনজি যোগানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহে পৰিয়াল, বাণিজ্যিক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহলৈ নিৰ্ভৰযোগ্য, পৰিষ্কাৰ আৰু পৰিৱেশ-অনুকূল প্ৰাকৃতিক গেছ সংযোগ প্ৰদান কৰিব, যাৰ ফলত অঞ্চলটোৰ বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব। উল্লেখযোগ্য যে মঙলদৈত ঘৰুৱা পিএনজি যোগান আঁচনিৰ অধীনত ইতিমধ্যে ১০০ৰো অধিক পৰিয়ালক সংযোগ প্ৰদান কৰা হৈছে, আৰু প্ৰায় ৩০টা পৰিয়ালে নিয়মীয়া গেছ যোগান লাভ কৰিবলৈ আৰম্ভ কৰিছে। তেজপুৰত পিএনজি বিতৰণ নেটৱৰ্ক এই বছৰৰ মাৰ্চ মাহত কাৰ্যক্ষম…
Read More
উৎপাদন খণ্ডৰ কৰ্মক্ষেত্ৰত এলজিবিটিকিউআইএ+ অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰিবলৈ টুলকিট মুকলি গড্ৰেজৰ

উৎপাদন খণ্ডৰ কৰ্মক্ষেত্ৰত এলজিবিটিকিউআইএ+ অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰিবলৈ টুলকিট মুকলি গড্ৰেজৰ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ ভাৰতৰ উৎপাদন খণ্ডত এলজিবিটিকিউআইএ+ৰ অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে প্ৰাইড ইন মেনুফেকচাৰিং নামৰ এক অভিনৱ আৰু প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা টুলকিট মুকলি কৰিছে। সাধাৰণতে এই খণ্ডটোত কৰ্মক্ষেত্ৰৰ বৈচিত্ৰ্যতাক লৈ চৰ্চা যথেষ্ট সীমিত হৈ থাকে।এই টুলকিট জিপিচিএলৰ জ্যেষ্ঠ নেতৃত্বই মুম্বাইস্থিত মুখ্য কাৰ্যালয় আৰু তামিলনাডুত থকা উৎপাদন কেন্দ্ৰত একেলগে উন্মোচন কৰে। ট্ৰান্সফৰ্মিছ নামৰ এক ইনক্লুজন এণ্ড ডাইভাৰ্ছিটি কনচাল্টিং প্ৰতিষ্ঠান আৰু অশোকা বিশ্ববিদ্যালয়ৰ ছাত্ৰী অন্তৰা ৰয় চৌধুৰীৰ সহযোগত এই টুলকিটটো প্ৰস্তুত কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে সংস্থাসমূহক এলজিবিটিকিউআইএ+ কৰ্মচাৰীসকলৰ বাবে অধিক সুৰক্ষিত, সমতাপূৰ্ণ আৰু অন্তৰ্ভুক্তিমূলক কৰ্মক্ষেত্ৰ গঢ়ি তোলাত সহায় কৰা।জিচিপিএলৰ মতে, ভাৰতত প্ৰায় ৪৫.৪ মিলিয়ন লোকে নিজক এলজিবিটিকিউএ+ হিচাপে চিনাক্ত…
Read More
গড্ৰেজ এণ্টাৰপ্ৰাইজৰ চেন্নাইৰ কেন্দ্ৰই সম্পূৰ্ণ কৰিলে ২৫ বছৰ, গুদামৰ সামৰ্থ্যৰ সম্প্ৰসাৰণ

গড্ৰেজ এণ্টাৰপ্ৰাইজৰ চেন্নাইৰ কেন্দ্ৰই সম্পূৰ্ণ কৰিলে ২৫ বছৰ, গুদামৰ সামৰ্থ্যৰ সম্প্ৰসাৰণ

গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপে চেন্নাইৰ উৎপাদন কেন্দ্ৰৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতত স্বয়ংক্ৰিয়কৰণ, উদ্ভাৱন আৰু পৰৱৰ্তী প্ৰজন্মৰ গুদামৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চেন্নাই আৰু বেংগালুৰু প্লাণ্টত বিনিয়োগ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে।প্ৰতিষ্ঠানটোৱে কয় যে চেন্নাইৰ এই সুবিধা কেন্দ্ৰটোৱে বিগত ডেৰ-দুটা দশকত এটা ডাঙৰ উৎপাদন আৰু অভিযান্ত্ৰিক কেন্দ্ৰলৈ বিকশিত হৈছে, যিয়ে ভাৰতৰ ক্ৰমবৰ্ধমান লজিষ্টিক আৰু গুদাম খণ্ডক সহায় কৰিছে। ইন্ট্ৰালজিষ্টিকছৰ ৭০ বছৰতকৈ অধিক বিশেষজ্ঞতাৰ দ্বাৰা সমৰ্থিত এই ব্যৱসায়ে ই-কমাৰ্চ, দ্ৰুত বাণিজ্য আৰু উৎপাদন উদ্যোগৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ অটোমেচন-কেন্দ্ৰিক উৎপাদন, নিখুঁত অভিযান্ত্ৰিকী আৰু ডিজিটেল ডিজাইন-টু-ডেলিভাৰী ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।প্ৰতিষ্ঠানটোৰ মতে, এই কেন্দ্ৰটো অঞ্চলটোৰ সৰ্ববৃহৎ ইন্ট্ৰালজিষ্টিকছ উৎপাদন গোটৰ ভিতৰত অন্যতম আৰু ই…
Read More
বিআইএছ-প্ৰমাণীকৃত সুৰক্ষা কেমেৰাৰে স্মাৰ্ট নিৰীক্ষণ পৰ্টফলিঅ’ সম্প্ৰসাৰণ গড্ৰেজৰ

বিআইএছ-প্ৰমাণীকৃত সুৰক্ষা কেমেৰাৰে স্মাৰ্ট নিৰীক্ষণ পৰ্টফলিঅ’ সম্প্ৰসাৰণ গড্ৰেজৰ

গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপ(জিইজি)ৰ সুৰক্ষা সেৱা ব্যৱসায়ে ৱাই-ফাই আৰু ৪জি-যুক্ত নিৰীক্ষণ কেমেৰাৰ এক নতুন পৰ্টফলিঅ’ মুকলি কৰিছে। ইয়াৰ জৰিয়তে সংযোগ থকা, সুৰক্ষিত আৰু নিয়ম-সন্মত নিৰীক্ষণ সেৱাৰ বৰ্ধিত চাহিদাৰ মাজতে ভাৰতৰ সংগঠিত নিৰীক্ষণ বজাৰত এক কৌশলগত সম্প্ৰসাৰণ চিহ্নিত হৈছে।এই নতুনকৈ মুকলি কৰা শৃংখলাত ইনড’ৰ সুৰক্ষা কেমেৰাৰ লগতে আউটড’ৰ পেন-টিল্ট, ডোম আৰু বুলেট কেমেৰা অন্তৰ্ভুক্ত আছে। আৱাসিক, বাণিজ্যিক আৰু প্ৰতিষ্ঠানিক ব্যৱহাৰকাৰীসকলৰ বাবে প্ৰস্তুত কৰা এই পৰ্টফলিঅ’ৰ লক্ষ্য হৈছে উন্নত সংযোগ, বিশ্বাসযোগ্যতা আৰু সহজ ব্যৱহাৰৰ সৈতে এক বাধাহীন নিৰীক্ষণৰ অভিজ্ঞতা প্ৰদান কৰা। ৱাই-ফাই ভেৰিয়েণ্টসমূহ সংযোগ থকা ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে, আনহাতে ৪জি-যুক্ত স্মাৰ্ট আৰু সৌৰ চালিত কেমেৰাসমূহ এনে স্থানৰ…
Read More
ষষ্ঠ সংস্কৰণৰ পূৰ্বে লংকা প্ৰিমিয়াৰ লীগলৈ কোটিটকীয়া পুঁজি

ষষ্ঠ সংস্কৰণৰ পূৰ্বে লংকা প্ৰিমিয়াৰ লীগলৈ কোটিটকীয়া পুঁজি

লংকা প্ৰিমিয়াৰ লীগ(এলপিএল)ৰ ষষ্ঠ সংস্কৰণ আৰম্ভ হোৱাৰ পূৰ্বে ই এক বৃহৎ আৰ্থিক সকাহ লাভ কৰিছে। লীগৰ প্ৰসাৰক ইন’ভেটিভ প্ৰডাকচন গ্ৰুপ এফজেড, এলএলচি-এ এটা নাছডাক-ত তালিকাভুক্ত প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে এক বহু-মিলিয়ন ডলাৰৰ কৌশলগত পুঁজি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। এলপিএলৰ ষষ্ঠ সংস্কৰণ অহা ১০ জুলাইৰ পৰা আৰম্ভ হোৱাৰ ঠিক কেইসপ্তাহমান পূৰ্বে এই অগ্ৰগতি সমুখলৈ আহিছে। আইপিজিয়ে ফ্লেছ স্পৰ্টছ এণ্ড মিডিয়া ইংক-ৰ সৈতে নিজৰ ৰণনীতিগত অল-ষ্টক একত্ৰিকৰণ সম্পূৰ্ণ কৰিছে। ইয়াৰ ফলত লংকা প্ৰিমিয়াৰ লীগসহ টি-২০ লীগৰ বাণিজ্যিক অধিকাৰৰ পৰ্টফলিঅ’ নাছডাকত তালিকাভুক্ত প্লেটফৰ্ম ইউজিআৰঅ’(নাছডাক: ইউজিআৰঅ’)লৈ স্থানান্তৰিত হৈছে। এই পদক্ষেপে আইপিজি আৰু অধীনস্থ লীগসমূহক এক ৰাজহুৱাভাৱে পৰিচালিত গাঁথনিৰ ভিতৰলৈ লৈ আহিছে, যাৰ লক্ষ্য হৈছে…
Read More
মালাবাৰ গোল্ড এণ্ড ডায়মণ্ডছৰ ‘নুৱা’ শুভাৰম্ভণিৰে ডিজাইন-কেন্দ্ৰিক বিকাশৰ যাত্ৰা

মালাবাৰ গোল্ড এণ্ড ডায়মণ্ডছৰ ‘নুৱা’ শুভাৰম্ভণিৰে ডিজাইন-কেন্দ্ৰিক বিকাশৰ যাত্ৰা

মালাবাৰ গোল্ড এণ্ড ডায়মণ্ডছে নুৱা নামৰ এটা নতুন প্ৰাকৃতিক হীৰাৰ অলংকাৰৰ সংগ্ৰহ মুকলি কৰিছে। ই প্ৰিমিয়াম জুৱেলাৰী খণ্ডত উদ্ভাৱন, সামগ্ৰীৰ ভিন্নতা আৰু দীৰ্ঘম্যাদী বিকাশৰ প্ৰতি প্ৰতিষ্ঠানটোৰ নেতৃত্ব-কেন্দ্ৰিক মনোযোগক প্ৰতিফলিত কৰে। প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ, এই সংগ্ৰহত ষ্ট্ৰপিছ, হানিকম্বছ, ফ্লুউড(প্ৰৱাহী) গাঁথনি আৰু পৃথিৱীৰ দ্বাৰা গঢ় লৈ উঠা জৈৱিক আৰ্হিৰ দৰে জটিল চানেকি আৰু গাঁথনিক স্থান দিয়া হৈছে। ১৮ কেৰেট আৰু ১৪ কেৰেট স্বৰ্ণত প্ৰস্তুত নুৱাত প্ৰাকৃতিক হীৰাৰ সৈতে ৰঙীন ৰত্, চিৰামিক কালাৰ এনামেলিং আৰু মাল্টি-ট’ন ৰ’ডিয়াম সমাপ্তিৰ সংমিশ্ৰণ ঘটোৱা হৈছে, যিয়ে শিল্পকলাৰ সৈতে সমসাময়িক ডিজাইনৰ সমন্বয়ৰ ওপৰত প্ৰতিষ্ঠানটোৰ গুৰুত্বক প্ৰদৰ্শন কৰে। যিসকল মহিলাই মাৰ্জিত বিলাসিতা আৰু অৰ্থপূৰ্ণ ডিজাইনক মূল্য…
Read More