27
Nov
বিশ্বৰ অন্যতম বৃহৎ গহনা খুচুৰা বিক্ৰেতা মালাবাৰ গল্ড এণ্ড ডাইমণ্ডছে ভাৰতৰ অন্যতম প্ৰত্যাশিত ব্রাইডেল শ্ব’কেছ হিচাপে পৰিচিত ফ্লেগশ্বিপ ব্রাইডছ অৱ ইণ্ডিয়া অভিযানৰ ১৫ সংখ্যক সংস্কৰণ মুকলি কৰিছে৷ চলিত বৰ্ষৰ অভিযানত ভাৰতীয় বিবাহৰ আঁৰৰ সাংস্কৃতিক গভীৰতা আৰু আৱেগিক কাহিনীৰ ওপৰত আলোকপাত কৰি আলিয়া ভাট, কৰীনা কাপুৰ খান, এন টি আৰ, কাৰ্তি, অনিল কাপুৰ, শ্ৰীনিধি শ্বেট্টী, ৰুক্মিণী মৈত্ৰ, সব্যসাচী মিশ্ৰ, প্ৰাৰ্থনা বেহেৰে আৰু মানসী পাৰেখকে ধৰি ২২ গৰাকী কইনা আৰু ১০ গৰাকী চেলিব্ৰিটীয়ে অংশগ্ৰহণ কৰে। অভিষেক বৰ্মনৰ পৰিচালনাত শুভজিৎ মুখাৰ্জীৰ সংগীতেৰে প্ৰস্তুত কৰা এই ব্ৰেণ্ড ছবিখনে প্ৰতিগৰাকী কইনাৰ পৰিচয় গঢ় দিয়া আচাৰ-অনুষ্ঠান, আৱেগ আৰু ঐতিহ্যক ধৰি ৰাখিছে। অধ্যক্ষ এম পি আহমেদে এই…
