Business

টাটা কফি গ্ৰেণ্ডৰ সমৃদ্ধি অনুভৱ কৰক ঐতিহ্য আৰু আধুনিকতাৰ মিশ্ৰণ

টাটা কফি গ্ৰেণ্ডৰ সমৃদ্ধি অনুভৱ কৰক ঐতিহ্য আৰু আধুনিকতাৰ মিশ্ৰণ

টাটা কফি গ্ৰেণ্ডে নিজৰ দীৰ্ঘদিনীয়া কফিৰ উত্তৰাধিকাৰক আধুনিক সামগ্ৰীৰ উদ্ভাৱনৰ সৈতে মিহলাই ভাৰতৰ কফি বজাৰত নিজৰ উপস্থিতি গঢ়ি তুলিছে। হাউছ অৱ টাটাৰ এই ব্ৰেণ্ডটোৱে গ্ৰাহকক এক সমৃদ্ধ, সতেজ আৰু সুগন্ধি কফি অভিজ্ঞতা প্ৰদান কৰি ইনষ্টেণ্ট কফি ছেগমেণ্টত অগ্ৰণী হিচাপে স্থান লাভ কৰিছে। টাটা কফি গ্ৰেণ্ডক যি দিশে পৃথক কৰে সেয়া হ'ল ইয়াৰ অনন্য ৰূপ, যিয়ে সূক্ষ্ম কফি পাউডাৰক ফ্লেভাৰ-লকড ডিকোক্সন ক্ৰিষ্টেলৰ সৈতে একত্ৰিত কৰে। এই ধৰণৰ প্ৰথম মিশ্ৰণটোৱে সতেজভাৱে প্ৰস্তুত কৰা কফিৰ সাৰমৰ্ম ধৰি ৰাখিবলৈ ডিজাইন কৰা হৈছে, যিয়ে প্ৰতিটো কাপত এক সামঞ্জস্যপূৰ্ণ সোৱাদ প্ৰদান কৰাৰ লগতে প্ৰাকৃতিক সমৃদ্ধি আৰু সতেজতা বজাই ৰখাত সহায় কৰে। এই উদ্ভাৱনে নিজৰ বিশ্বস্ত ক্ষেত্ৰৰ…
Read More
কিষান দিৱস উদযাপন অৰ্গেনিক ইণ্ডিয়াৰ

কিষান দিৱস উদযাপন অৰ্গেনিক ইণ্ডিয়াৰ

টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড হাউছৰ অৰ্গেনিক ইণ্ডিয়াই নিষ্ঠা, অখণ্ডতা আৰু প্ৰজন্মগত প্রজ্ঞাৰে ভূমিক লালন-পালন কৰা কৃষক সম্প্ৰদায়ক সন্মান জনাই কিষান দিৱস উদযাপন কৰিছে। যোৱা বছৰৰ "প্ৰকৃতিক প্ৰতিপালন কৰা হাত"ৰ শ্ৰদ্ধাঞ্জলিৰ ওপৰত ভিত্তি কৰি ব্ৰেণ্ডটোৱে আকৌ এবাৰ কৃষকসকলক এক সুস্থ আৰু অধিক সচেতন বিশ্বৰ বাবে নিজৰ দৃষ্টিভংগীৰ সহ-সৃষ্টিকৰ্তা হিচাপে আলোকপাত কৰিছে। যোৱা দুটা দশকত অৰ্গেনিক ইণ্ডিয়াই সমগ্ৰ অঞ্চলৰ ২,০০০ৰো অধিক জৈৱিক কৃষকৰ সৈতে অংশীদাৰিত্ব কৰিছে, যিয়ে বহনক্ষম কৃষিৰ এক পদক্ষেপক বিশ্বাস, ন্যায্য অংশীদাৰিত্ব আৰু অংশীদাৰী সমৃদ্ধিৰ ওপৰত আধাৰিত এক সমৃদ্ধ পৰিৱেশ তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি বনৌষধি আৰু শস্য চপোৱালৈকে, এই যাত্ৰাৰ প্ৰতিটো পদক্ষেপে বিশুদ্ধতা,…
Read More
আপোনাৰ শৰীৰৰ চৰ্বি হ্ৰাস কৰিবলৈ যোগ কৰা এল-কাৰ্নিটাইনৰ সৈতে একাপ গ্ৰীন টিৰে আপোনাৰ নৱবৰ্ষৰ সুস্থতাৰ লক্ষ্যৰ শুভাৰম্ভণি কৰক

আপোনাৰ শৰীৰৰ চৰ্বি হ্ৰাস কৰিবলৈ যোগ কৰা এল-কাৰ্নিটাইনৰ সৈতে একাপ গ্ৰীন টিৰে আপোনাৰ নৱবৰ্ষৰ সুস্থতাৰ লক্ষ্যৰ শুভাৰম্ভণি কৰক

নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে আমাৰ বহুজনে শৰীৰৰ ওজন ব্যৱস্থাপনা আৰু সামগ্ৰিক সুস্থতাক সমৰ্থন কৰিবলৈ বাস্তৱসন্মত, বহনক্ষম উপায় বিচাৰি ফুৰে। এক সহজ, দৈনন্দিন পৰিৱৰ্তন হ’ল আপোনাৰ নিয়মীয়া চাহৰ কাপটো গ্ৰীন টিলৈ সলনি কৰা, য’ত এল-কাৰ্নিটিন যোগ কৰা হয়, যিয়ে শৰীৰৰ চৰ্ব হ্ৰাস কৰাত সহায় কৰে বুলি সচৰাচৰ জনা যায়। এই নতুন টেটলি গ্ৰীণ টি শ্লীম কেয়াৰ ৰেঞ্জত প্ৰিমিয়াম গ্ৰীন টিৰ পাতৰ প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টৰ সৈতে যোগ কৰা এল-কাৰ্নিটাইনৰ সংমিশ্ৰণ ঘটিছে, যি সুষম খাদ্য আৰু নিয়মীয়া শাৰীৰিক কাৰ্য-কলাপৰ সৈতে সংযুক্ত হ’লে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে বুলি জনা যায়। যি আপোনাৰ ফিটনেছ আৰু ওজন-ব্যৱস্থাপনাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ লগতে দৈনন্দিন জীৱনত…
Read More
টিভিএছ আপাচি আৰটিএক্স বেগ আইএমঅ’টিৱাই ২০২৬-এ টিভিএছ মটৰৰ প্ৰিমিয়াম কৌশল বৃদ্ধি কৰে

টিভিএছ আপাচি আৰটিএক্স বেগ আইএমঅ’টিৱাই ২০২৬-এ টিভিএছ মটৰৰ প্ৰিমিয়াম কৌশল বৃদ্ধি কৰে

টিভিএছ মটৰ কোম্পানীয়ে নতুনকৈ মুকলি কৰা এডভেঞ্চাৰ ৰেলী ট্যুৰাৰ টিভিএছ আপাচি আৰটিএক্সে জে কে টায়াৰে প্ৰদান কৰা বহু আকাংক্ষিত ইণ্ডিয়ান মটৰ চাইকেল অৱ দ্য য়েৰ (আইএমঅ’টিৱাই) ২০২৬ বঁটা জিনিবলৈ সক্ষম হৈছে। এই জয়েৰে আপাচি আৰটিএক্স ভাৰতৰ প্ৰতিযোগিতামূলক দুচকীয়া বাহন উদ্যোগৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে।আৰটি-এক্সডি৪ প্লেটফৰ্মত নিৰ্মাণ কৰা আৰু ৰেলী ডিএনএৰ সংমিশ্ৰণ কৰা মটৰচাইকেলখন আগশাৰীৰ ৰাষ্ট্ৰীয় প্ৰকাশনৰ আগশাৰীৰ জ্যেষ্ঠ অটোমোটিভ সাংবাদিকৰে গঠিত ২৭ জনীয়া বিশেষজ্ঞ জুৰীয়ে নিৰ্বাচন কৰে। অপাচি আৰটিএক্সে বিভিন্ন খণ্ডৰ সাতখন মটৰচাইকেলৰ তালিকাক অতিক্ৰম কৰি প্ৰদৰ্শন অভিযান্ত্ৰিক আৰু উদ্ভাৱনত টিভিএছ মটৰ কোম্পানীৰ নেতৃত্বক পুনৰ সুদৃঢ় কৰিলে।“জেকে টায়াৰ ইণ্ডিয়ান মটৰচাইকেল অৱ দ্য ইয়েৰ এৱাৰ্ড ২০২৬-ত স্বীকৃতি লাভ কৰাটো এক…
Read More
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে শূন্য ফৰেক্স মাৰ্কআপ কাৰ্ড আগবঢ়াবলৈ ভিয়ে নিয়োৰ সৈতে টিম আপ কৰিছে

আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে শূন্য ফৰেক্স মাৰ্কআপ কাৰ্ড আগবঢ়াবলৈ ভিয়ে নিয়োৰ সৈতে টিম আপ কৰিছে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া(ভি)ই ফিনটেক নিয়োৰ সৈতে অংশীদাৰিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ অফাৰ সম্প্ৰসাৰণ কৰি এই ছুটী-অৱসৰৰ সময়ছোৱাত বিদেশ ভ্ৰমণ কৰা গ্ৰাহকৰ বাবে জিৰো মাৰ্কআপ ফৰেক্স কাৰ্ড প্ৰদান কৰিছে। ভি-এ কয় যে, এই অংশীদাৰিত্ব কোনো টেলিকম প্ৰতিষ্ঠানে প্ৰথমবাৰলৈ কৰিছে আৰু ইয়াৰ জৰিয়তে ছুটী, ব্যৱসায় বা উচ্চ শিক্ষাৰ বাবে যাত্ৰা কৰা ব্যৱহাৰকাৰীসকলে ২৪ ঘণ্টাৰ ভিতৰত নিয়ো ফৰেক্স কাৰ্ড তেওঁলোকৰ দুৱাৰমুখত ডেলিভাৰী লাভ কৰিব। এই পদক্ষেপে ভিআইৰ ভ্ৰমণ পৰ্টফলিঅ'ক শক্তিশালী কৰিছে, য'ত আছে বৰ্তমান ট্ৰুলি আনলিমিটেড ইণ্টাৰনেচনেল ৰোমিং (আইআৰ) পেক, একেলগে ভ্ৰমণ কৰা পৰিয়ালসমূহৰ বাবে ৰেহাই মূল্যৰ আইআৰ পেক, লাউঞ্জত প্ৰৱেশাধিকাৰ, ভ্ৰমণ বীমা আৰু বেগেজ সুৰক্ষা আদি অন্তৰ্ভুক্ত আছে।  গ্ৰাহকে ভিআই…
Read More
টাটা এআইএ-ই মুকলি কৰিলে মাল্টিকেপ অপৰচুনিটীজ ফাণ্ড, যিয়ে প্ৰদান কৰে জীৱন বীমাৰ সৈতে বজাৰ-সংলগ্ন সমৃদ্ধিৰ সুবিধা

টাটা এআইএ-ই মুকলি কৰিলে মাল্টিকেপ অপৰচুনিটীজ ফাণ্ড, যিয়ে প্ৰদান কৰে জীৱন বীমাৰ সৈতে বজাৰ-সংলগ্ন সমৃদ্ধিৰ সুবিধা

আজিৰ অস্থিৰ বজাৰত, বিশ্বব্যাপী অনিশ্চয়তা আৰু খণ্ডৰ উত্থান-পতনৰ দ্বাৰা চিহ্নিত, বিনিয়োগকাৰীসকলে বিপদাশংকা আৰু পুৰস্কাৰৰ ভাৰসাম্য বজাই ৰখা কৌশল গ্ৰহণ কৰিব লাগিব। এই জটিল বিত্তীয় পৰিৱেশটোক নেভিগেট কৰাৰ বাবে বৈচিত্ৰ্যপূৰ্ণ পদ্ধতি অপৰিহাৰ্য হৈ পৰিছে। একাধিক খণ্ড, সম্পত্তিৰ শ্ৰেণী আৰু কোম্পানী আকাৰত বিনিয়োগ বিয়পাই বিনিয়োগকাৰীসকলে যিকোনো একক বজাৰ খণ্ডৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে, যাৰ ফলত দীৰ্ঘম্যাদী সম্পদ সৃষ্টি নিশ্চিত হয়। ভাৰতৰ সমৃদ্ধিৰ কাহিনী ক্ৰমান্বয়ে বহল ভিত্তি, পৰম্পৰাগত উদ্যোগ, উদীয়মান প্ৰযুক্তি আৰু কোম্পানী আকাৰৰ বিস্তৃত পৰিসৰৰ মাজেৰে বিস্তৃত—বৃহৎ কেপৰ পৰা আৰম্ভ কৰি আশাব্যঞ্জক মধ্য আৰু সৰু কেপ প্ৰতিষ্ঠানলৈকে বিয়পি আছে। টাটা এআইএ লাইফ ইনশ্বুৰেন্স কোম্পানী লিমিটেডে গ্ৰাহকসকলক এই সুযোগসমূহ ব্যৱহাৰ কৰাত সহায়…
Read More
আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে ভিজন ৰিটায়াৰমেণ্ট ছল্যুচন

আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে ভিজন ৰিটায়াৰমেণ্ট ছল্যুচন

আদিত্য বিৰলা কেপিটেলৰ জীৱন বীমা সহযোগী প্ৰতিষ্ঠান আদিত্য বিৰলা ছান লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে বৃহস্পতিবাৰে মুকলি কৰে এবিএছএলআই ভিজন ৰিটায়াৰমেণ্ট ছল্যুচন নামৰ নতুন অৱসৰৰ সামগ্ৰী, যিয়ে আজীৱন বিত্তীয় সুৰক্ষাৰ বাবে নিশ্চিত আয়ৰ সৈতে বজাৰ সংযুক্ত বৃদ্ধিৰ সংমিশ্ৰণ ঘটায়। এই সুবিধাই আজীৱন নিশ্চিত বাৰ্ষিকী পেআউট প্ৰদান কৰা এবিএছএলআই নিশ্চিত বাৰ্ষিকী প্লাছ আৰু মুদ্ৰাস্ফীতিক অতিক্ৰম কৰিব পৰাকৈ ডিজাইন কৰা ইকুইটি-লিংকড ৰিটাৰ্ণ প্ৰদান কৰা এবিএছএলআই ৱেলথ ইনফিনিয়া প্লেনে একত্ৰিত কৰি তুলিছে। গ্ৰাহকসকলে দুয়োটা উপাদানৰ মাজত ৬০:৪০ বা ৫০:৫০ প্ৰিমিয়াম আবণ্টন অনুপাত বাছি ল’ব পাৰে আৰু বাৰ্ষিকীৰ পৰা মাহেকীয়ালৈকে পেআউট কম্পাংক বাচনি কৰিব পাৰে। লিগেচি সৃষ্টিৰ বাবে মৃত্যুৰ সুবিধাৰ লগতে ১০০ বছৰ বয়সলৈকে নিশ্চিত…
Read More
ছানফিষ্ট ম’ম্ছ মেজিকে আগবঢ়াইছে ঘি ৰোষ্টেড নাট্ছ কুকিজ — মায়ে ঘৰত বনোৱাৰ দৰেই কৰা হৈছে প্ৰস্তুত

ছানফিষ্ট ম’ম্ছ মেজিকে আগবঢ়াইছে ঘি ৰোষ্টেড নাট্ছ কুকিজ — মায়ে ঘৰত বনোৱাৰ দৰেই কৰা হৈছে প্ৰস্তুত

কিছুমান সুগন্ধি আছে যিবোৰে কেৱল কোঠা এটাই ভৰাই নোতোলে —লগতে হৃদয়ো ভৰাই তোলে। গৰম ঘিউৰ সৈতে লাহে লাহে বাদাম মিলি যোৱাটো ইয়াৰ ভিতৰত অন্যতম। ই ভাৰতীয় ঘৰবোৰৰ মাজেৰে গতিশীল স্মৃতিৰ দৰে গতি কৰে, যিয়ে ইংগিত দিয়ে যে যত্নৰে, পৰম্পৰাৰে আৰু সেই উষ্ম স্পৰ্শৰে কেৱল এগৰাকী মাতৃয়েহে বিশেষ কিবা এটা তৈয়াৰ কৰিব পাৰে। ভাৰতীয় পাকঘৰৰ এই কালজয়ী মুহূৰ্তটোৱেই ছানফিষ্টৰ নতুন অফাৰ- ম’ম্ছ মেজিক ঘি ৰোষ্টেড নাটছ কুকিজক অনুপ্ৰাণিত কৰে। এই নতুন সামগ্ৰী মুকলিৰ জৰিয়তে ব্ৰেণ্ডটোৱে গ্ৰাহকক ঘিউ-ত ৰোষ্ট কৰা বাদাম(নাট্ছ) কুকিজৰ আৰামদায়ক সোৱাদ পুনৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছে – য’ত কেৱল কাজুৱে নহয়, আছে আলমণ্ডো, ঠিক মায়ে প্ৰস্তুত কৰা ধৰণেৰে তৈয়াৰ…
Read More
কৰ্ণাটক এছএছএইচই-ৰ উদ্যোগ-সংলগ্ন, অন-কেম্পাছ উদ্ভাৱনক আগুৱাই নিবলৈ আপগ্ৰেড স্কুল অৱ টেকনলজীৰে অংশীদাৰিত্ব

কৰ্ণাটক এছএছএইচই-ৰ উদ্যোগ-সংলগ্ন, অন-কেম্পাছ উদ্ভাৱনক আগুৱাই নিবলৈ আপগ্ৰেড স্কুল অৱ টেকনলজীৰে অংশীদাৰিত্ব

কৰ্ণাটকৰ ডিমড-টু-বি-ইউনিভাৰ্চিটী শ্ৰী সিদ্ধাৰ্থ একাডেমী অৱ হায়াৰ এডুকেচন(এছএছএইচই)-এ আজি বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ভিতৰত উদ্যোগৰ সৈতে সংগতি ৰাখি স্কুল অৱ টেকনলজীক সন্নিৱিষ্ট কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ শিক্ষণ পৰিৱেশৰ সৈতে আপগ্ৰেড স্কুল অৱ টেকনলজীৰ সৈতে কৌশলগত সহযোগিতাৰ কথা ঘোষণা কৰিছে। মুখ্য কাৰ্যবাহী বিষয়া বিশ্ব মোহন আৰু চীফ ৰেভিনিউ এণ্ড আউটকাম অফিচাৰ মেহুল খাণ্ডেদিয়াৰ নেতৃত্বত আপগ্ৰেড স্কুল অৱ টেকনলজীয়ে বিশ্ববিদ্যালয়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি শৈক্ষিক আৰু পাঠ্যক্ৰমৰ পৰামৰ্শদাতা সহায় আগবঢ়াব, একে সময়তে বৰ্তমানৰ কাৰ্যসূচীসমূহৰ ভিতৰত গভীৰ উদ্যোগ সংহতি সক্ষম কৰি তুলিব। ইয়াৰ ভিতৰত আছে গৱেষণাৰ এক্সপ'জাৰ, বিল্ড স্প্ৰিণ্ট আৰু ১ম দিনৰ পৰা অবিৰত বিশেষত্বসমূহ সন্নিৱিষ্ট কৰা, যি ব্যক্তিগতকৃত শিক্ষণ পথ, বাস্তৱ সময়ৰ দক্ষতা…
Read More
ভাৰতত ট্ৰুকলাৰ-এ বিনামূলীয়াকৈ ভইচমেইল মুকলি কৰিলে

ভাৰতত ট্ৰুকলাৰ-এ বিনামূলীয়াকৈ ভইচমেইল মুকলি কৰিলে

ট্ৰুকলাৰে ভাৰতত এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া ভইচমেইল সেৱা মুকলি কৰিছে, য’ত এআই-চালিত ট্ৰেন্সক্ৰিপচন আৰু অটোমেটিক স্পেম সুৰক্ষা সংযুক্ত কৰা হৈছে। এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক নিজৰ নিজৰ ডিভাইচত পোনপটীয়াকৈ ভইচ মেছেজ গ্ৰহণ, ৰেকৰ্ড আৰু সংৰক্ষণ কৰাৰ অনুমতি দিয়ে, যাৰ ফলত ভইচমেইল নম্বৰ ডায়েল কৰা বা পিন ক’ড মনত ৰখাৰ প্ৰয়োজনীয়তা নোহোৱা হয়। কোম্পানীটোৱে কয় যে নতুন ভইচমেইল অভিজ্ঞতাই ভইচ যোগাযোগৰ কেন্দ্ৰবিন্দুত গোপনীয়তা আৰু সুবিধাক সৰ্বাধিক স্থান দিছে, কিয়নো বাৰ্তাসমূহ ডিভাইচত সংৰক্ষণ কৰা হয়। এই সেৱাই হিন্দী, বাংলা, গুজৰাটী, তামিল, উৰ্দু, পাঞ্জাবী, নেপালী আৰু সংস্কৃতকে ধৰি ১২টা ভাৰতীয় ভাষাত লিপিবদ্ধকৰণ সমৰ্থন কৰে, যিয়ে বিভিন্ন ব্যৱহাৰকাৰী ভিত্তিৰ বাবে ব্যক্তিগতকৰণৰ সুবিধা প্ৰদান কৰে। ট্ৰুকলাৰৰ মতে,…
Read More