27
Jun
নগাঁৱত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰুদ্ধী আন্তজাতিক দিৱসটি উদযাপন কৰা হয় ৷ জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত আয়োজিত হোবা দিৱসটিত কালি পুৱা ১০ বজাত নগাঁও ফৌজদাৰীপট্টিস্থিত দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালৰ ছাত্ৰছাত্ৰী সকলৰ সহযোগত বিদ্যালয়ৰ প্ৰাংগনৰ পৰা এটি পদযাত্ৰাও উলিওৱা হয় ৷ পদযাত্ৰাটি মুকলি কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগ,দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষশিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷ ইয়াৰ পাছতে বিদ্যালয়ৰ সভাকক্ষত এখন সজাগতা সভা সম্পন্ন হয় ৷ সজাগতা সভাখনিত উপস্থিত…
