20
Jun
একেৰাহে তিনি দশকৰো অধিক সময় ধৰি গুণগত মান আৰু উদ্ভাৱনৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত সমসাময়িক ভাৰতীয় পুৰুষৰ কাপোৰৰ আগশাৰীৰ ব্ৰেণ্ড ব্লেকবেৰীয়ে জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো পিতৃসকলে সন্তানক #KeepRising কৰিবলৈ অনুপ্ৰাণিত কৰাৰ শক্তিক স্বীকৃতি প্ৰদান কৰি উদযাপন কৰিছে পিতৃ দিৱস। এইবাৰৰ পিতৃ দিৱস উদযাপন কৰি ব্লেকবেৰীয়ে সুদৰ্শন অভিনেতা ৰনদীপ হুডা আৰু পিতৃ ৰণবীৰ হুডাক লৈ এক হৃদয়স্পৰ্শী পিতৃ দিৱস অভিযান মুকলি কৰিছে। এই ব্ৰেণ্ডটোৱে শক্তিশালী, আত্মবিশ্বাসী পিতৃসকলক বিশেষ গুৰুত্ব প্ৰদান কৰিছে, যিয়ে নিজৰ সন্তানক জীৱনৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিবলৈ সৰ্বোচ্চ উজাৰি দিয়ে।ভাৰতৰ ‘ফিট এক্সপাৰ্ট’ ৰূপে পৰিচিত ভাৰতীয় পুৰুষৰ পোছাক ব্ৰেণ্ড ব্লেকবেৰীয়ে আৰম্ভ কৰিছে পিতৃ দিৱসৰ কেম্পেইন, য’ত এজন অভিনেতাই পিতৃৰ ডেউকাৰে…
