ব্যৱসায়

ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বীডলনাম ক্ৰিকেট লেজেণ্ড সৌৰভ গাংগুলী

ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বীডলনাম ক্ৰিকেট লেজেণ্ড সৌৰভ গাংগুলী

টাইড ৱাটাৰ অইল কোম্পানী (ইণ্ডিয়া) লিমিটেডৰ ভাৰতৰ অন্যতম আগশাৰীৰ লুব্ৰিকেণ্ট ব্ৰেণ্ড ভিডলে ক্ৰিকেট কিংবদন্তি সৌৰভ গাংগুলীক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ কৰিছে। এই চুক্তি স্বাক্ষৰে ভিডলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ ইংগিত দিয়ে কাৰণ ই সমগ্ৰ ভাৰততে নিজৰ ব্ৰেণ্ডৰ উপস্থিতি বৃদ্ধিৰ লগতে বজাৰৰ স্থান সুদৃঢ় কৰিব বিচাৰিছে। বিশ্বৰ ৭০খনতকৈও অধিক দেশত বজাৰ বিয়পি থকা ব্ৰেণ্ড ভিডলৰ এক সমৃদ্ধ, প্ৰায় শতিকা পুৰণি উত্তৰাধিকাৰ আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘পেছাদাৰীৰ পছন্দ’ হিচাপে স্বীকৃত হোৱা ভিডলে বিশ্বজুৰি ৱৰ্কশ্বপৰ ভ্ৰাতৃত্ববোধৰ মাজত যথেষ্ট গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। উদ্যোগটোত এক সন্মানীয় আৰু বিশ্বাসযোগ্য ব্ৰেণ্ড হিচাপে ভিডলে অটোমোটিভ আফটাৰমাৰ্কেট (খুচুৰা) আৰু প্ৰতিষ্ঠানিক (বি টু বি) দুয়োটা খণ্ডৰ বাবে এক বিস্তৃত পৰিসৰৰ…
Read More
এমএছএমই-য়ে ডিজিটেল পৰিৱৰ্তন ত্বৰান্বিত কৰে: ভি বিজনেছ অধ্যয়নে প্ৰকাশ কৰিছে

এমএছএমই-য়ে ডিজিটেল পৰিৱৰ্তন ত্বৰান্বিত কৰে: ভি বিজনেছ অধ্যয়নে প্ৰকাশ কৰিছে

ভি বিজনেছে দ্বিতীয় সংস্কৰণৰ ‘ৰেডিফৰনেক্সট এমএছএমই গ্ৰওথ ইনচাইটছ ষ্টাডী, ২০২৪’ৰ যুগান্তকাৰী অন্তৰ্দৃষ্টি সগৌৰৱে প্ৰকাশ কৰিছে। বিশ্ব এমএছএমই দিৱসৰ দিনা প্ৰকাশ পোৱা এই অধ্যয়নত ১৬টা খণ্ডৰ ১.৬ লাখ এমএছএমইৰ সমীক্ষাত দেখা গ'ল যে ভাৰতৰ প্ৰায় ৬০% ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগে ২০২৫ৰ ভিতৰত নিজৰ কাৰ্য-সেৱাসমূহ ডিজিটেলাইজ কৰাৰ পৰিকল্পনা কৰিছে। এই অধ্যয়নে এমএছএমইসমূহৰ মাজত ডিজিটেল পৰিপক্কতা বৃদ্ধিৰ ওপৰত আলোকপাত কৰিছে, ইয়াৰ গুৰি ধৰিছে আইটি-আইটিইএছ, বিত্তীয় সেৱা আৰু পৰিবহনৰ দৰে খণ্ডসমূহে। জ্ঞানৰ ব্যৱধান আৰু বিত্তীয় প্ৰতিবন্ধকতাৰ দৰে প্ৰত্যাহ্বানৰ মাজতো এমএছএমইসমূহে উৎপাদনশীলতা আৰু বজাৰত সুযোগ বৃদ্ধিৰ বাবে ক্লাউড কম্পিউটিং আৰু আইঅ’টিৰ দৰে প্ৰযুক্তিৰ সহায় লৈছে। উল্লেখযোগ্য যে, তথ্যপ্ৰযুক্তি আৰু আইটিইএছ, খুচুৰা আৰু নিৰ্মাণ খণ্ডৰ…
Read More
ইন্দোৰ তৈলপাম সন্মিলনত বহনক্ষম বৃদ্ধিৰ পথ প্ৰদৰ্শন কৰিলে গড্ৰেজ এগ্ৰ’ভেটে

ইন্দোৰ তৈলপাম সন্মিলনত বহনক্ষম বৃদ্ধিৰ পথ প্ৰদৰ্শন কৰিলে গড্ৰেজ এগ্ৰ’ভেটে

মধ্য প্ৰদেশৰ ৰাজধানী চহৰ ইন্দোৰত অনুষ্ঠিত "পাম অইল - ট্ৰেন্সফৰ্মিং পাৰ্চেপচনছ ফৰ হেল্থ এণ্ড নিউট্ৰিচন" সন্মিলনত ভাৰতৰ তৈলপাম সংসাধন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে বহনক্ষমতাৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। ছলিডাৰিডাড, এছিয়ান পাম অইল এলায়েন্স আৰু এছইএৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ভাৰতৰ খাদ্য তেলৰ দৃশ্যপটত তৈলপামৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়। আগশাৰীৰ পুষ্টিবিদ, বিজ্ঞানী, চিকিৎসা পেছাদাৰী আৰু আদানি-উইলমাৰৰ দৰে উদ্যোগৰ নেতৃত্ববাহী প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে তৈলপামৰ পুষ্টিকৰ গুণ আৰু উপকাৰিতাৰ বিষয়ে অন্বেষণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ ভিতৰত হৃদযন্ত্ৰ আৰু মগজুৰ স্বাস্থ্য বৃদ্ধি কৰাৰ সম্ভাৱনা, এণ্টিঅক্সিডেণ্ট গুণাগুণ আৰু চকুৰ স্বাস্থ্যৰ প্ৰতি উপযোগিতা ইত্যাদি। ভাৰতৰ মুঠ খাদ্য তেলৰ ৩৮%তকৈ অধিক পাম…
Read More
বৰ্ধিত ডিজিটেল সুৰক্ষাৰ বাবে ফ্ৰড ইঞ্চুৰেন্স আগবঢ়াইছে ট্ৰুকলাৰ আৰু এইচডিএফচি এৰ্গ’ই

বৰ্ধিত ডিজিটেল সুৰক্ষাৰ বাবে ফ্ৰড ইঞ্চুৰেন্স আগবঢ়াইছে ট্ৰুকলাৰ আৰু এইচডিএফচি এৰ্গ’ই

ভাৰতৰ আগশাৰীৰ সাধাৰণ বীমা প্ৰতিষ্ঠান এইচডিএফচি এৰ্গৰ সহযোগত বিশ্বৰ আগশাৰীৰ গ্লোবেল কমিউনিকেচন প্লেটফৰ্ম ট্ৰুকলাৰে ভাৰতত ডিজিটেল যোগাযোগ জালিয়াতিৰ বিৰুদ্ধে গ্ৰাহকক বৰ্ধিত সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ফ্ৰড ইঞ্চুৰেন্স আৰম্ভ কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে।  শেহতীয়াকৈ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’ৰ্ডিনেচন চেণ্টাৰে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে যে ডিজিটেল বিত্তীয় জালিয়াতিৰ পৰিমাণ যোৱা ৩ বছৰত আচৰিত ধৰণে ১.২৫ লাখ কোটি টকা হৈছেগৈ। চাইবাৰ জালিয়াতিৰ ক্ৰমবৰ্ধমান ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ এই ফ্ৰড ইঞ্চুৰেন্সৰ সুবিধাই সমগ্ৰ ভাৰতৰ এণ্ড্ৰইড আৰু আই অ’ এছ ব্যৱহাৰকাৰীসকলক ১০,০০০ টকা পৰ্যন্ত কভাৰেজ প্ৰদান কৰিব। ট্ৰুকলাৰৰ বছৰি প্ৰিমিয়াম গ্ৰাহকসকলৰ বাবে এই সামগ্ৰী উপলব্ধ আৰু বৰ্তমানৰ সকলো গ্ৰাহকে নিজৰ বৰ্তমানৰ প্লেনৰ অধীনত এই…
Read More
ম্যানমাৰৰ বৈদেশিক মন্ত্ৰীৰে হোৱা বৈঠকত সীমান্তৰ সমীপতে সংঘটিত হিংসাত্মক ঘটনাক লৈ ভাৰতৰ উদ্বেগ প্ৰকাশ

ম্যানমাৰৰ বৈদেশিক মন্ত্ৰীৰে হোৱা বৈঠকত সীমান্তৰ সমীপতে সংঘটিত হিংসাত্মক ঘটনাক লৈ ভাৰতৰ উদ্বেগ প্ৰকাশ

ম্যানমাৰৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী উ থান শ্বেৰ সৈতে বুধবাৰে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে। বৈঠকৰ সময়ত ভাৰতৰ ম্যানমাৰ সীমান্তৰ সমীপত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি মিৱাড়ি চহৰত আৱদ্ধ ভাৰতীয়সকলক নিৰাপদে ঘূৰি অহাৰ সুবিধা কৰিবলৈ সহযোগিতাৰ আহ্বান জনায় জয়শংকৰে। বৈঠকৰ অন্তত মন্ত্ৰী ড০ এছ জয়শংকৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে, "আমি আমাৰ ম্যানমাৰ সীমান্তত অব্যাহত থকা হিংসাত্মক ঘটনা আৰু অস্থিৰ পৰিৱেশক লৈ ভাৰতৰ উদ্বেগৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলোঁ। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে সকলো অংশীদাৰক জড়িত কৰাৰ বাবে সাজু আছে। নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ, অবৈধ অস্ত্ৰ সৰবৰাহ আৰু মানৱ…
Read More
ড০ এছ জয়শংকৰে আফ্ৰিকা দিৱস উদযাপনত ভাৰত-আফ্ৰিকা বণ্ডৰ ওপৰত আলোকপাত কৰিছে

ড০ এছ জয়শংকৰে আফ্ৰিকা দিৱস উদযাপনত ভাৰত-আফ্ৰিকা বণ্ডৰ ওপৰত আলোকপাত কৰিছে

নতুন দিল্লীত আয়োজিত আফ্ৰিকা দিৱস উদযাপনত ভাষণ প্ৰদান কৰি বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে আফ্ৰিকাৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি উল্লেখযোগ্য কূটনৈতিক সম্প্ৰসাৰণ আৰু উন্নয়নমূলক পদক্ষেপৰ ওপৰত আলোকপাত কৰিছে। মন্ত্ৰী জয়শংকৰে আফ্ৰিকাৰ প্ৰতি ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, "বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু পঞ্চম বৃহত্তম অৰ্থনৈতিক দেশ হিচাপে ভাৰতে আফ্ৰিকাক এক স্বাভাৱিক আৰু অপৰিহাৰ্য অংশীদাৰ হিচাপে গ্ৰহণ কৰি আহিছে।" জয়শংকৰে ছ’চিয়েল মিডিয়াত নিজৰ অনুভৱ শ্বেয়াৰ কৰি অনুষ্ঠানটোৰ অংশ হ'বলৈ পাই নিজৰ অনুভূতি প্ৰকাশ কৰি কয় যে, "নতুন দিল্লীত আজিৰ আফ্ৰিকা দিৱস উদযাপন আনন্দৰ একো একোটা সোপান। আহি থকা দিনবোৰতো আফ্ৰিকা ভাৰতৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈ থাকিব।"…
Read More
টয়োটাই আগবঢ়াইছে আৰ্বান ক্ৰুজাৰ টাইজৰ, ভাৰতত এছইউভি উৎকৰ্ষতাক প্ৰদান কৰিলে নতুন মাত্ৰা

টয়োটাই আগবঢ়াইছে আৰ্বান ক্ৰুজাৰ টাইজৰ, ভাৰতত এছইউভি উৎকৰ্ষতাক প্ৰদান কৰিলে নতুন মাত্ৰা

টয়োটা কিৰ্লোস্কাৰ মটৰে ভাৰতত এছইউভি বাহন সূচীৰ শেহতীয়া সংযোজন আৰ্বান ক্ৰুজাৰ টাইজৰ মুকলি কৰিছে। টয়োটাৰ এছইউভি ঐতিহ্যক সমসাময়িক ষ্টাইল আৰু উন্নত প্ৰযুক্তিৰ সৈতে সংমিশ্ৰণ কৰি ডিজাইন কৰা আৰ্বান ক্ৰুজাৰ টাইজৰৰ লক্ষ্য হৈছে ভাৰতীয় গ্ৰাহকৰ বাবে ড্ৰাইভিং অভিজ্ঞতাক ন ৰূপত সংজ্ঞায়িত কৰা। বাহনখনৰ বাহ্যিক অংশক প্ৰৌজ্বল কৰি আৰ্বান ক্ৰুজাৰ টাইজৰত এটা সুকীয়া ফ্ৰণ্ট গ্ৰীল, চিকচিকিয়া ১৬” এলয় হুইল আৰু নিৰ্বাচিত ভেৰিয়েণ্টত গতিশীল অল ব্লেক পেইণ্টেড এলয় হুইল দিয়া হৈছে, যিয়ে কৌশল আৰু ক্ৰীড়াসুলভতা দুয়োটাকে মূৰ্ত কৰি তুলিছে। বিভিন্ন গ্ৰাহকৰ পছন্দ অনুসৰি বাহনখনত শক্তিশালী ১.০এল টাৰ্বো, দক্ষ ১.২এল পেট্ৰ'ল আৰু পৰিৱেশ-অনুকূল ই-চিএনজি ভেৰিয়েণ্টৰ ইঞ্জিনৰ বিকল্প প্ৰদান কৰা হৈছে। ভিতৰভাগত বাহনখনত ডুৱেল টোন…
Read More
স্কিল ইণ্ডিয়াই অৰ্জন কৰিছে মাইলৰ খুঁটি : আন্তৰ্জাতিক যোগ দিৱসত স্বীকৃতি প্ৰদান কৰিলে ১.৩৫ লাখ যোগ প্ৰশিক্ষকক

স্কিল ইণ্ডিয়াই অৰ্জন কৰিছে মাইলৰ খুঁটি : আন্তৰ্জাতিক যোগ দিৱসত স্বীকৃতি প্ৰদান কৰিলে ১.৩৫ লাখ যোগ প্ৰশিক্ষকক

দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ জীৱন্ত উদযাপন ৰূপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে নিজৰ অংশীদাৰ সংগঠনসমূহৰ সহযোগত নতুন দিল্লীৰ কৌশল ভৱনত পুৱা যোগ শিবিৰৰ আয়োজন কৰি উৎসাহী ব্যক্তিসকলক একত্ৰিত কৰিলে। "নিজৰ আৰু সমাজৰ বাবে যোগ" নামৰ এই অনুষ্ঠানটোৱে ব্যক্তিগত কল্যাণ আৰু সামাজিক সম্প্ৰীতিৰ ওপৰত যোগৰ গভীৰ প্ৰভাৱৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে উল্লেখযোগ্য মাইলৰ খুঁটিৰ তথ্য প্ৰকাশ কৰিলে : স্কিল ইণ্ডিয়াই দেশজুৰি ১.৩৫ লাখৰো অধিক যোগ প্ৰশিক্ষকক সফলতাৰে প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰি স্বীকৃতি প্ৰদান কৰিছে। এই পদক্ষেপে সমগ্ৰ ভাৰততে সুস্থ জীৱন আৰু পেছাদাৰী যোগ প্ৰশিক্ষণৰ প্ৰসাৰৰ বাবে চৰকাৰৰ দায়বদ্ধতাক…
Read More
টাটা এচ ইভিৰ 100 ইউনিটমোচন কৰিবলৈ মেজেণ্টা মোবিলিটিয়ে টাটা মটৰ্ছৰ সৈতে সহযোগিতা কৰে

টাটা এচ ইভিৰ 100 ইউনিটমোচন কৰিবলৈ মেজেণ্টা মোবিলিটিয়ে টাটা মটৰ্ছৰ সৈতে সহযোগিতা কৰে

এক একত্ৰিত বৈদ্যুতিক গতিশীলতা সমাধান প্ৰদানকাৰী মেজেণ্টা মোবিলিটিয়ে ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছৰ সৈতে ইয়াৰ অংশীদাৰীত্ব দৃঢ় কৰে, টাটা ACE EVৰ 100 ৰো অধিক ইউনিট স্থাপনৰ সৈতে, যাৰ ভিতৰত আছে ACE EVৰ 60 ইউনিট আৰু শেহতীয়াকৈ মুকলি কৰা ACE ই ভি 1000-ৰ 40 ইউনিট। এই নিযুক্তি 2023 চনৰ অক্টোবৰত দুয়োটা সংস্থাৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অংশ, যিয়ে বিপ্লৱী টাটা ACE EVৰ 500 ইউনিটক লক্ষ্য কৰি লৈছিল। মেজেণ্টা মোবিলিটিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত মেক্সন লুইছে এই অংশীদাৰীত্বসন্দৰ্ভত তেওঁৰ উচ্ছাস ব্যক্ত কৰি কয়, “সমগ্ৰ ভাৰতত সুৰক্ষিত, স্মাৰ্ট আৰু বহনক্ষম গতিশীলতা সমাধান প্ৰদানকৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনি টাটা…
Read More
টাটা মটৰ্ছে ফ্লীট ভাৰ্চ প্ৰৱৰ্তন কৰে, এক ডিজিটেল বজাৰ যি বাণিজ্যিক বাহনৰ এক বিস্তৃত পৰিসৰ প্ৰদান কৰে

টাটা মটৰ্ছে ফ্লীট ভাৰ্চ প্ৰৱৰ্তন কৰে, এক ডিজিটেল বজাৰ যি বাণিজ্যিক বাহনৰ এক বিস্তৃত পৰিসৰ প্ৰদান কৰে

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে আজি টাটা মটৰ্ছ ফ্লীট ভাৰ্ছ মুকলি কৰাৰ কথা ঘোষণা কৰিছে - যি হৈছে টাটা মটৰ্ছৰ বাণিজ্যিক বাহনৰ বাবে এক বিস্তৃত আৰু উদ্ভাৱনীমূলক ডিজিটেল বজাৰ। এই প্লেটফৰ্মে নতুন বাহন অন্বেষণ, কনফিগাৰেচন, অধিগ্ৰহণ, বিত্তীয় সাহায্যৰ দৰে সুবিধাসমূহ প্ৰদান কৰে আৰু অতিৰিক্ত সেৱা আৰু বৈশিষ্ট্যৰ পৰিসৰ অন্তৰ্ভুক্ত কৰিবলৈ ভৱিষ্যদৰ্শী প্ৰয়াস কৰিছে, যাৰ ফলত ফ্লিট ভাৰ্ছক সকলো বাণিজ্যিক বাহনৰ প্ৰয়োজনীয়তাৰ বাবে ৱান ষ্টপ ডিজিটেল গন্তব্যস্থান কৰি তোলা হৈছে। পাঁচটা মূল স্তম্ভক ভেটি হিচাপে লৈ প্ৰস্তুত কৰা ফ্লিট ভাৰ্ছক বাণিজ্যিক বাহনৰ মালিকীস্বত্বৰ সকলো দিশক একক প্লেটফৰ্মত একত্ৰিত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এডভান্সড অৰ্থবোধক অনুসন্ধান বৈশিষ্ট্যৰে সমৃদ্ধ…
Read More