21
Mar
টয়’টাৰ ভাৰতত আটাইতকৈ সুলভ অফাৰ, কুল নিউ টয়’টা গ্লেনজা অতিৰিক্ত সুলভ প্ৰকাৰ, উন্নত সুবিধা, গতিশীল চেহেৰা, স্পোৰ্টি ডিজাইন আৰু কম ব্যয়ৰ তত্বাৱধানৰ সৈতে গ্ৰাহকসকলক জিকিবলৈ সম্পূৰ্ণৰূপে সাজু, যাৰ ফলত এইটো খণ্ডটোত এক নিখুঁত মূল্যপ্ৰস্তাৱ হৈ পৰিছে। টয়’টা কিৰ্লোস্কাৰ মটৰে (টিকেএম) হেচবেক শাখাত এই বহু প্ৰতীক্ষিত অফাৰটো মুকলি কৰে।টয়’টা গ্লেনজাৰ মূল্য নিম্নলিখিত ধৰণৰ - (i)টয়’টা গ্লেনজা ই (এমটি) ৬,৩৯,০০০ টকা, (ii)টয়’টা গ্লেনজা এছ ৭,২৯,০০০ টকা (এমটি) আৰু ৭,৭৯,০০০ টকা (এএমটি), (iii)টয়’টা গ্লেনজা জি ৮,২৪,০০০ টকা (এমটি) আৰু ৮,৭৪,০০০ টকা (এএমটি), (iv)টয়’টা গ্লেনজা ভি ৯,১৯,০০০ টকা (এএমটি)৯,১৯,০০০টকা (এএমটি) ৯,৬৯,০০০ টকা (এএমটি)। কুল নিউ গ্লেনজাত এক শক্তিশালী কিন্তু ইন্ধন-দক্ষ 'কে-চিৰিজ ইঞ্জিন' আছে আৰু…
