17
Jun
ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ২০২৪ৰ ১৪ জুনত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত নিজৰ বহুপ্ৰত্যাশিত গ্লেম আপ ফেষ্ট ২০২৪ৰ দ্বিতীয় সংস্কৰণ আয়োজনৰ কথা কথা ঘোষণা কৰিছে। দেশৰ অন্যতম বৃহৎ সৌন্দৰ্য সমাৰোহ এই গ্লেম আপ ফেষ্টত ৩,৫০০+ বিউটি এণ্ড লাইফষ্টাইল খণ্ডৰ প্ৰভাৱশালী আৰু গ্ৰাহক শ্ৰেণীৰ ৭০টাতকৈও অধিক আগশাৰীৰ ব্ৰেণ্ডে অংশগ্ৰহণ কৰিব। গ্লেম আপ ফেষ্টে লাইফষ্টাইল ইনফ্লুৱেঞ্চাৰসকলৰ বাবে এক অতুলনীয় আৰু নিমজ্জিত প্লেটফৰ্ম প্ৰদান কৰিব, যিয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অনুগামী-অনুৰাগীসকলৰ বাবে বিভিন্ন ধৰণৰ আকৰ্ষণীয় আৰু উপযোগী সামগ্ৰী প্ৰদৰ্শন কৰি সৌন্দৰ্য আৰু লাইফষ্টাইল সামগ্ৰীৰ অভিজ্ঞতাক জীৱন্ত কৰি তুলিব। বিশেষভাৱে সৌন্দৰ্যৰ বাবে সমৰ্পিত গ্লেম আপ ফেষ্টত উদ্ভাৱনীমূলক ব্ৰেণ্ডৰ শুভাৰম্ভণি, অভিজ্ঞতাভিত্তিক জ’ন আৰু কেইবাগৰাকী…
