ব্যৱসায়

চেমচাং আৰু পেটিএমৰ ভ্ৰমণ আৰু মনোৰঞ্জন সেৱাসমূহ একত্ৰিত কৰিবলৈ সহযোগিতা 

চেমচাং আৰু পেটিএমৰ ভ্ৰমণ আৰু মনোৰঞ্জন সেৱাসমূহ একত্ৰিত কৰিবলৈ সহযোগিতা 

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে দেশৰ আগশাৰীৰ পেমেণ্ট আৰু বিত্তীয় সেৱা বিতৰণ প্ৰতিষ্ঠান পেটিএম ব্ৰেণ্ডৰ মালিক ৱান৯৭ কমিউনিকেচন লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে চেমচাং ৱালেটত বিমান, বাছ, চিনেমা আৰু ইভেণ্টৰ টিকট বুকিং মুকলি কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে চেমচাং ৱালেটৰ জৰিয়তে পোনপটীয়াকৈ এক নিৰৱচ্ছিন্ন আৰু একত্ৰিত বুকিং অভিজ্ঞতা প্ৰদান কৰি গ্ৰাহকৰ সুবিধা বৃদ্ধি কৰা, যাতে পেটিএমৰ জৰিয়তে বহুতো সেৱা সহজে লাভ কৰাত সুবিধা হয়। ভাৰতৰ আগশাৰীৰ ভ্ৰমণ আৰু ইভেণ্ট বুকিং এপ পেটিএমে চেমচাঙৰ সৈতে অংশীদাৰিত্ব কৰি নিজৰ সেৱা সম্প্ৰসাৰণ আৰু ব্যৱহাৰকাৰীসকলৰ সুবিধা বৃদ্ধি কৰিছে। চেমচাং ইণ্ডিয়া আৰু পেটিএমে অংশীদাৰিত্বৰে গেলেক্সি স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক পেটিএমৰ সেৱাসমূহৰ নিৰৱচ্ছিন্ন ব্যৱহাৰৰ সুযোগ প্ৰদান কৰিছে, য’ত বিমান…
Read More
চেমচাঙে নতুন ৰং টাইটেনিয়াম হালধীয়াপুনৰুজ্জীৱিত কৰাত গ্যালাক্সি এছ২৪ আল্ট্ৰা মুকলি কৰে

চেমচাঙে নতুন ৰং টাইটেনিয়াম হালধীয়াপুনৰুজ্জীৱিত কৰাত গ্যালাক্সি এছ২৪ আল্ট্ৰা মুকলি কৰে

দেশৰ অন্যতম বৃহৎ ইলেক্ট্রনিকছ ব্রেন্ড ছেমছাতে মুকলি কৰিলে গেলেম্বী এছ২৪ আল্ট্রাব নতুন টাইটেনিয়াম হালধীয়া ৰঙৰ বিকল্প। এই পর্যন্ত টাইটেনিয়াম গ্রে', টাইটেনিয়াম ভায় 'লেট আৰু টাইটেনিয়াম ব্লেক বন্ধত উপলব্ধ আছিল ফোনটো। এতিয়া নতুন বন্ধন সংযোজনত গ্রাহকে অধিক বিকল্প লাভ কৰিব পাৰিব। 'মেড ইন ইন্ডিয়া' গেলেক্সী এছ২৪ আল্ট্রা ফোনটো গেলেক্সী এ আইৰে পৰিচালিত, যত সংযুক্ত আছে লাইত ট্রেন্সলেট, ইন্টাৰপিটার, চাট এছিষ্ট, নোট এছিষ্ট আৰু ট্রেন্সক্রিপ্ট এছিষ্টিৰ দৰে অত্যাধুনিক বৈশিষ্ট্য। টাইটেনিয়াম য়েল্ল'ব গেলেক্সী এছ২৪ আল্ট্রা ফোনটো সকলো অগ্রণী অনলাইন আৰু অফলাইন খুচুনা বিপণীযোগে ক্রয় কৰিব পাৰিব। ফোনটোৰ প্ৰাৰম্ভিক মূল্য হৈছে ১,২৯,৯৯৯ টকা।
Read More
গ্যালাক্সি আনপেকড জুলাই ২০২৪: গ্যালাক্সি এআইৰ সৈতে ভৱিষ্যতক আলিঙ্গন কৰক

গ্যালাক্সি আনপেকড জুলাই ২০২৪: গ্যালাক্সি এআইৰ সৈতে ভৱিষ্যতক আলিঙ্গন কৰক

আহি আছে গেলেক্সি এআইৰ পৰৱৰ্তী পৰ্যায়। এতিয়া গেলেক্সি জেড ছিৰিজ আৰু সমগ্ৰ গেলেক্সি পৰিৱেশ তন্ত্ৰত সোমাই পৰা গেলেক্সি এআইৰ শক্তি অন্বেষণ কৰিবলৈ সাজু হওক। মোবাইল এআইৰ পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশৰ লগে লগে সম্ভাৱনাৰ জগতখনৰ বাবে সাজু হওক। অহা ১০ জুলাইত চেমচাং ইলেক্ট্ৰনিক্সে পেৰিছত আয়োজন কৰিছে গেলেক্সি আনপেকড — য’ত আইকনিক সাংস্কৃতিক নেক্সাছ আৰু ট্ৰেণ্ড অভিকেন্দ্ৰ আমাৰ শেহতীয়া অত্যাধুনিক উদ্ভাৱনসমূহ মুকলিৰ বাবে হৈ পৰিছে নিখুঁত পটভূমি। Samsung.com, চেমচাং নিউজৰুম আৰু চেমচাঙৰ ইউটিউব চেনেলত আবেলি ৩ চিইএছটি, পুৱা ৬, পিডিটি আৰু ৯ ইডিটিৰ পৰা এই অনুষ্ঠানটোৰ লাইভ প্ৰচাৰ কৰা হ’ব। আমাৰ সৈতে সংযুক্ত হৈ থাকক আৰু আনপেকড ২০২৪ৰ পূৰ্বে আগন্তুক সকলো টিজাৰ, ট্ৰেইলাৰ আৰু…
Read More
অসম ভাষিক সংখ্যালঘু ব’ৰ্ডে আয়োজন কৰিলে ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যানুষ্ঠান প্ৰতিযোগিতাৰ

অসম ভাষিক সংখ্যালঘু ব’ৰ্ডে আয়োজন কৰিলে ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যানুষ্ঠান প্ৰতিযোগিতাৰ

অসম ভাষিক সংখ্যালঘু উন্নয়ন ব'র্ড, অসম চৰকাৰ-ৰ দ্বাৰা ৰবীন্দ্ৰজয়ন্তী উপলক্ষে আয়োজন কৰা ৰবীন্দ্রসংগীত আৰু ৰবীন্দ্ৰনৃত্যৰ চূড়ান্ত পৰ্যায়ৰ বাছনি প্রক্রিয়া আৰু বঁটা বিতৰণি অনুষ্ঠান সফলভাবে সমাপ্ত হয়। যোৱা ২৩ জুন, দেওৱাৰ গুৱাহাটীৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আন্তজার্তিক প্রেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিৱেশ আৰু বন, সংখ্যালঘু উন্নয়ন আদি বিভাগৰ মন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদি বিভাগৰ মন্ত্রী জয়ন্তমল্ল বৰুৱা, নগাঁও-ব বিধায়ক ৰূপক শর্মা, অসম বিধানসভাৰ উপাধ্যক্ষ ড° নুমল মমিন, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড°অমলেন্দু চক্রবর্তী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে আমন্ত্রিত অতিথিসকলে দ্বাৰা কবিগুৰু ৰবীন্দ্ৰনাথ…
Read More
বাজাজ এলিয়াঞ্জ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লে উচ্চ জীৱন আৱৰণৰ সৈতে অতুলনীয় বিত্তীয় সুৰক্ষা প্ৰদান কৰে

বাজাজ এলিয়াঞ্জ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লে উচ্চ জীৱন আৱৰণৰ সৈতে অতুলনীয় বিত্তীয় সুৰক্ষা প্ৰদান কৰে

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে বজাৰ-সংযুক্ত ৰিটাৰ্নৰ সৈতে হাই লাইফ কভাৰ(অধিক পৰিমাণৰ জীৱন বীমা)ৰ সংমিশ্ৰণেৰে বাজাজ এলিয়ানজ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লৰ নতুন সংস্কৰণ মুকলি কৰিছে। গ্ৰাহকক নিজৰ পৰিয়ালৰ জীৱনৰ লক্ষ্য সুৰক্ষিত কৰাৰ লগতে সম্পদ সৃষ্টি কৰাত সহায় কৰিবলৈ দুয়োটাক একে সময়তে বিশেষভাৱে ডিজাইন কৰা হৈছে। তদুপৰি গ্ৰাহকসকলে প্লেনৰ সৈতে প্ৰদান কৰা ৰাইডাৰৰ জৰিয়তে অক্ষমতা বা বিকলাংগতা আৰু মৃত্যুৰ বিপৰীতে অতিৰিক্ত দুৰ্ঘটনা কভাৰো লাভ কৰিব পাৰে। আপোনাৰ প্ৰয়োজন অনুসৰি বাজাজ এলিয়াঞ্জ লাইফ ইনভেষ্ট প্ৰটেক্ট গ'লে জীৱন বীমা আৱৰণৰ পৰিমাণ বাছনি কৰাৰ নমনীয়তা প্ৰদান কৰাৰ লগতে সুৰক্ষা আৰু সমৃদ্ধিৰ এক অনন্য সংমিশ্ৰণ প্ৰদান কৰে। বাজাজ এলিয়াঞ্জ লাইফৰ এই বিস্তৃত প্লেনে এজন ব্যক্তিৰ বিত্তীয়…
Read More
আইচিআইচিআই বেংকে উন্মোচন কৰিলে ‘স্মাৰ্টলক’

আইচিআইচিআই বেংকে উন্মোচন কৰিলে ‘স্মাৰ্টলক’

আইচিআইচিআই বেংকে ফোন বা ই-মেইলৰ জৰিয়তে গ্ৰাহক সেৱা বিষয়াৰ পৰা সহায় অবিহনে গ্ৰাহকসকলে নিমিষতে একাধিক বেংকিং সেৱা লক/আনলক কৰিব পৰাকৈ এক অনন্য সুৰক্ষা ব্যৱস্থা ‘স্মাৰ্টলক’ মুকলি কৰিছে। আইমোবাইল পে’ত থকা ‘স্মাৰ্টলক’ বৈশিষ্ট্যই গ্ৰাহকসকলক এটা ক্লিকৰ জৰিয়তে ইণ্টাৰনেট বেংকিং, ইউপিআই, ক্ৰেডিট আৰু ডেবিট কাৰ্ড আৰু অন্যান্য বহুতো বেংকিং সেৱাৰ বাবে প্ৰৱেশ লক/আনলক কৰাৰ অনুমতি দিয়ে। ভাৰতীয় বেংকিং খণ্ডত এই অভিনৱ ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকসকলে নিৰ্দিষ্ট বেংকিং সেৱাসমূহ নিষ্ক্ৰিয় কৰিব পাৰে আৰু প্ৰৱঞ্চনামূলক লেনদেনৰ ক্ষেত্ৰত নিষ্ক্ৰিয় কৰিব পাৰে। এই বৈশিষ্ট্যৰ জৰিয়তে গ্ৰাহকসকলে বেংকিং সেৱা লক কৰিলেও নিৰ্ধাৰিত ষ্টেণ্ডিং নিৰ্দেশনা আৰু ই-মেণ্ডেটসমূহ কাৰ্যকৰী কৰাৰ অনুমতি প্ৰদান কৰে। এই পদক্ষেপ সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰি…
Read More
অৰিফ্লেমৰ ইণ্ডিয়া ইনিশিয়েটিভ: ২০২৯ চনৰ ভিতৰত ১ নিযুত ক্ষুদ্ৰ উদ্যোগীক শক্তিশালী কৰা

অৰিফ্লেমৰ ইণ্ডিয়া ইনিশিয়েটিভ: ২০২৯ চনৰ ভিতৰত ১ নিযুত ক্ষুদ্ৰ উদ্যোগীক শক্তিশালী কৰা

সমগ্ৰ বিশ্বজুৰি সবল উপস্থিতি থকা ছুইডেনৰ প্ৰিমিয়াৰ বিউটি ব্ৰেণ্ড অৰিফ্লেমে শীৰ্ষ অগ্ৰাধিকাৰৰ বজাৰসমূহৰ ভিতৰত ভাৰতক অন্যতম বুলি ঘোষণা কৰিছে। বৰ্তমানৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি আগশাৰীৰ কচমেটিক ব্ৰেণ্ডটোৱে অহা ৫ বছৰৰ ভিতৰত (২০২৯) ১ মিলিয়ন ব্ৰেণ্ড অংশীদাৰক অন-বৰ্ড কৰাৰ লক্ষ্য ৰাখিছে। যাৰ ফলত সমগ্ৰ দেশতে ক্ষুদ্ৰ উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্য লৈছে আৰু গতিশীল ষ্টাৰ্ট-আপ সংস্কৃতিক আগুৱাই নিয়াৰো প্ৰয়াস কৰা হৈছে। এই অভিলাষী প্ৰকল্প ভাৰতৰ সমৃদ্ধিৰ যাত্ৰা আৰু ভাৰত চৰকাৰে নিয়োগ সৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া পদক্ষেপৰ সৈতে সংগতি আছে। অৰিফ্লেমে সকলো ব্যক্তিকে নিজৰ ব্ৰেণ্ড অংশীদাৰ হ’বলৈ সবল কৰি তুলি নৈতিক মূল্যবোধ গঢ়ি তুলি নিজৰ কৰ্মসূচীত নমনীয়তা প্ৰদান কৰি উদ্যমিতাৰ মনোভাৱ…
Read More
চিয়েট আইএছআইৰএলৰ চিজন ২-ৰ বাবে মেগা নিলামৰ বাবে ৰাইডাৰ পঞ্জীয়ন মুকলি হয়

চিয়েট আইএছআইৰএলৰ চিজন ২-ৰ বাবে মেগা নিলামৰ বাবে ৰাইডাৰ পঞ্জীয়ন মুকলি হয়

সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমবাৰলৈ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ লীগ চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ছিজন ২ৰ বাবে ৰাইডাৰৰ পঞ্জীয়ন মুকলি কৰি দ্বিতীয় ছিজনৰ বাবে সাজু হৈছে। প্ৰতিজন দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা অসাধাৰণ উদ্বোধনী ছিজনৰ পিছত ব্যতিক্ৰমী প্ৰতিভাৰ সমাহাৰ ঘটাই সকলোকে চমক দিবলৈ সাজু হৈছে আইএছআৰএলৰ দ্বিতীয়টো ছিজন। মটৰস্পৰ্টছৰ উদ্বোধনী ছিজনে অনুৰাগীসকলৰ মাজত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিল, ডিফেণ্ডিং চেম্পিয়নকে ধৰি বিভিন্ন দেশৰ পৰা ১০৪ৰো অধিক ৰাইডাৰে পঞ্জীয়ন কৰিছিল। প্ৰথমটো ছিজনত খিতাপৰ যুঁজত অংশ লোৱাসকলৰ অন্যতম আছিল মেট মছ - ৯ বাৰৰ অষ্ট্ৰেলিয়ান এমএক্স আৰু এছএক্স চেম্পিয়ন, জৰ্ডি টিক্সিয়াৰ - বিশ্ব চেম্পিয়ন এমএক্স২ (২০১৪), ২০২২ৰ প্ৰিন্স অৱ পেৰিছ (এছএক্স২) থমাছ ৰামেট,…
Read More
অষ্ট্ৰেলিয়া চৰকাৰ আৰু এমএছডিইয়ে সহযোগিতাৰে অষ্ট্ৰেলিয়া-ভাৰত গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ দিশসমূহৰ বিষয়ে আলোচনা

অষ্ট্ৰেলিয়া চৰকাৰ আৰু এমএছডিইয়ে সহযোগিতাৰে অষ্ট্ৰেলিয়া-ভাৰত গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ দিশসমূহৰ বিষয়ে আলোচনা

অষ্ট্ৰেলিয়া চৰকাৰ আৰু কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে অষ্ট্ৰেলিয়া-ভাৰত যুটীয়া গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ জৰিয়তে লাভ কৰা দিশসমূহ বিষয়ে আলোচনা কৰিবলৈ বিশেষ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। এই মেজমেল এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তৰ শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰীৰ পৰামৰ্শদাতা মেথিউ জনষ্টনৰ নেতৃত্বত অনুষ্ঠিত হয়, অনুষ্ঠানত এই অভিলাষী পদক্ষেপক আগুৱাই নিয়াৰ যথেষ্ট সম্ভাৱনা আছে। এই পাইলট প্ৰকল্পক বিস্তৃত পৰিসৰলৈ লৈ যোৱাৰ লগতে এই মডেলৰ প্ৰতিলিপি অন্যান্য খণ্ডসমূহত প্ৰয়োগৰ বাবেও আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি), ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ), শিক্ষা মন্ত্ৰালয়(এমঅ’ই) আৰু ভাৰতীয় কৃষি দক্ষতা…
Read More
স্কিল ইণ্ডিয়াই আৰম্ভ কৰিছে বৃহৎ অভিযান : ৫.৫ লাখ+ক এপ্ৰেণ্টিশ্বিপৰ সুযোগ

স্কিল ইণ্ডিয়াই আৰম্ভ কৰিছে বৃহৎ অভিযান : ৫.৫ লাখ+ক এপ্ৰেণ্টিশ্বিপৰ সুযোগ

ৰাষ্ট্ৰীয় শিক্ষানৱিশ প্ৰসাৰ আঁচনি(এন এ পি এছ)ৰ বৃহৎ উত্থানৰ এই সময়ছোৱাত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে(এমএছডিই) বিভিন্ন খণ্ডত গুণগত এপ্ৰেণ্টিছশ্বিপ দক্ষতা প্ৰশিক্ষণক গুৰুত্ব প্ৰদানৰ বাবে নিজৰ অটল প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে। যোৱা ৩ বছৰত নামভৰ্তিৰ পৰিমাণ তিনিগুণ বৃদ্ধি পাই ২০২৩- ২৪ বিত্তীয় বৰ্ষত নেচনেল এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন স্কিমৰ অধীনত ৯,৩১,৩৬৮গৰাকী যুৱক-যুৱতীক সামৰি ল'বলৈ সক্ষম হৈছে। কেৱল মহাৰাষ্ট্ৰতে এই আঁচনিখনৰ অধীনত ২,৬৩,১৫৬জন যুৱকে অংশগ্ৰহণ কৰিছিল, যিয়ে উদীয়মান প্ৰতিভাধৰসকলৰ বাবে সামৰ্থ গঢ়ি তোলা, নিয়োগৰ প্ৰস্তুতি বৃদ্ধি আৰু চাকৰিৰ বাবে সাজু কৰি তোলাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ক্ষমতাক উজ্জ্বল কৰি তুলিছে। এই ক্ষেত্ৰত আগবঢ়া আন ৰাজ্যসমূহ হ’ল ক্ৰমে তামিলনাডু (১,০১,৪৯৫), গুজৰাট (৮৩,৭৩০), কৰ্ণাটক (৭৮,৪৪৪) আৰু…
Read More