চিকিম

কটনিয়ানৰ উদ্যোগ বানপীড়িতলৈ টিনপাত আৰু সাহাৰ্য প্ৰদান

কটনিয়ানৰ উদ্যোগ বানপীড়িতলৈ টিনপাত আৰু সাহাৰ্য প্ৰদান

চাৰ্ভিঙ হেপিনেছ আৰু কটন বিশ্ববিদ্যালয়ৰ মানৱতাৰ দেৱাল নামৰ দুই স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা তামিলনাডুৰ Hope নামৰ স্বেচ্ছাসেৱীৰ সহযোগত নগাঁও জিলাৰ কামপুৰৰ অঞ্চলৰ গাৰুখুন্দা গাৱঁৰ বানত ক্ষতিগ্রস্ত প্ৰায় ২০০ ঘৰ মানুহক অত্যাবশ্যকীয় সামগ্রী প্ৰদানৰ লগতে বানত ক্ষয় ক্ষতি হোৱা ঘৰ নিৰ্মাণৰ বাবে প্ৰায় ১০ ঘৰ মানুহক টিনপাত দিয়াৰ লগতে খাদ্য বস্তু,শিশু খাদ্য,চেনেটেৰী পেদ আদিৰে সাহাৰ্য্য আগবঢ়োৱা হয় বুলি তেওঁলোকৰ সদস্যবোৰে জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বেও দুয়োটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মৰিগাঁও,হাজো, নগাঁও আদিৰ বিভিন্ন ঠাইত সাহাৰ্য্য প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে ।যি সময়ত চৰকাৰৰ আচঁনি কেৱল ঘোষণাতে সীমাবদ্ধ থাকে আৰু জনসধাৰণৰ মাজলৈ গৈ নাপায়,সেই সময়ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এক উৎকৃষ্ট নিদৰ্শন…
Read More

সমগ্ৰ দেশ কৰোনাত বিধ্বস্ত, ছিকিম এতিয়াও কৰোনামুক্ত

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে' : সমগ্ৰ দেশ কৰ'নাত বিধ্বস্ত হৈ পৰিছে। কিন্তু ছিকিম এতিয়াও কৰ'নামুক্ত হৈ আছে। ছিকিমে কৰ'না প্ৰৱেশ কৰিব নোৱাৰাকৈ বান্ধি ৰাখিলে সীমান্ত। এতিয়া শিক্ষানুষ্ঠান খোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে চৰকাৰে।১৫ জুনৰ পৰা খুলিব ছিকিমৰ শিক্ষানুষ্ঠান। গেংটকত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী কে এন লেপচাই। নৱম মানৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিব ছিকিম চৰকাৰে।বিশ্ববিদ্যালয় পৰ্যায়তো ছিকিমত আৰম্ভ হ’ব পাঠদান।প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত অব্যাহত থাকিব অনলাইন ক্লাছ।
Read More