11
Jun
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১ নং ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰ আৰু গাড়ীগাওঁ ঔৰ তলৰ নিবাসী মঃ জামাল আলী আৰু আফতাৰণ নেছাৰ জীয়ৰী ফাৰিহা বনাই আটাইকেইটা বিষয়ত লেটাৰ মার্ক সহ ৮৭ % লাভ কৰা , চাজিদুৰ ৰহমান আৰু সঞ্জি বেগমৰ জীয়ৰী চুজানাৰা ৰহমানে চাৰিটা বিষয়ত লেটাৰ মার্ক সহ ৭৫ % লাভ কৰা , আৰু আর্জু হক আৰু আখতাৰা বেগমৰ পুত্ৰ আনিচুল হকে এটা বিষয়ত লেটাৰ মার্ক সহ ৬০.৫ % লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বাবে পাণ্ডু সদিলাপুৰ জনকল্যাণ সমাজৰ এটা সজাতি দলে ৯ জুনত আটাইকেইগৰাকী মেধাবী শিক্ষার্থীক ঘৰলৈ গৈ সম্বর্দ্ধনা জনায় । সম্বর্দ্ধনাত আছে এখন ফুলাম গামোচা এখন সম্বর্দ্ধনাপত্র আৰু এটি…
