বিপিএফ প্ৰধান হাগ্ৰামাই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা।
ইফালে এই সমষ্টিৰ পৰা হাগ্ৰামাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে।
আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে।