11
Apr
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উদযাপনৰ এই সময়ছোৱাত বিবাই শেহতীয়া সম্ভাৰেৰে গ্ৰাহকৰ বাবে আগবঢ়াইছে আকৰ্ষণীয় অফাৰ। ব’হাগ অসমীয়াৰ প্ৰাণস্পন্দন, ৰঙালী মানেই নতুন পোছাক, নতুন উপহাৰ আৰু নতুনত্বৰ সমাহাৰএই শেহতীয়া সংগ্ৰহত গ্ৰীষ্মকালৰ বাবে উপযোগী পাতল কপাহী আৰু আৰামদায়ক বস্ত্ৰৰে প্ৰস্তুত কুৰ্তা চেটৰ বিস্তৃত পৰিসৰ আগবঢ়াইছে। প্ৰাকৃতিক ৰূপ আৰু ৰং-বিৰঙী ডিজাইনত প্ৰিণ্টেড চ্যুট চেট, চাৰাৰা চেট আৰু আকৰ্ষণীয়ভাৱে ডিজাইন খচিত কৰা হৈছে, যিবোৰ দিনৰ অনুষ্ঠান আৰু সন্ধিয়াৰ উদযাপন দুয়োটাৰে বাবে উপযুক্ত। এই সংগ্ৰহত পৃথক পৃথক কুৰ্টি, টপ আৰু বটমৰ লগতে বিবাৰ স্বাক্ষৰযুক্ত অনাৰ্কালী চেটসমূহো অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে বয়স অনুসৰি বিভিন্ন মহিলাক বিকল্প প্ৰদান কৰে। বিবা গাৰ্লছ ৰেঞ্জত ২ৰ পৰা ১৫ বছৰ…
