11
Mar
ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্ট কৰ্মশক্তিত মহিলাৰ বিকাশত উদগনি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰায় সম্পূৰ্ণৰূপে মহিলাৰ নেতৃত্বত দুটা গ্ৰোচাৰী পূৰ্ণতা কেন্দ্ৰ (এফচি) মুকলি কৰিছে। ১.২৩ লাখ বৰ্গফুট বিস্তৃত গুৱাহাটী এফচি বিভিন্ন ভূমিকাত ৭০০ ৰো অধিক মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হয় আৰু চুবুৰীয়া চহৰ আৰু নগৰবোৰত ফ্লিপকাৰ্টৰ গ্ৰোচাৰী যোগান শৃংখলা অধিক শক্তিশালী কৰে। ১.২৩ লাখ বৰ্গফুট বিস্তৃত এফচিখন বিভিন্ন ভূমিকাত ৭০০ ৰো অধিক মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হয়। এই কেন্দ্ৰটোৱে আগৰতলা, আইজল, দাৰ্জিলিং, ডিব্ৰুগড়, ইম্ফল, কোহিমা আৰু শ্বিলঙকে ধৰি চুবুৰীয়া চহৰ আৰু নগৰসমূহত ফ্লিপকাৰ্টৰ গ্ৰোচাৰী যোগান শৃংখলা অধিক শক্তিশালী কৰে যাৰ দ্বাৰা স্থানীয় গ্ৰাহকসকলক এক বিশাল আৰু উচ্চ মানদণ্ডৰ আঞ্চলিক সামগ্ৰী বাছনি…
