06
Jun
জনপ্ৰিয় ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ‘বিগ এণ্ড অৱ ছিজন চেল’ ঘোষণা কৰিছে। ‘বিগ এণ্ড অৱ ছিজন চেল’ত সমগ্ৰ ভাৰতত প্ৰায় ২ লাখ বিক্ৰেতা আৰু ১০,০০০+ ব্ৰেণ্ডক একত্ৰিত কৰি সমগ্ৰ দেশৰ লাখ লাখ গ্ৰাহকৰ মাজলৈ ফেশ্বন, সৌন্দৰ্য আৰু জীৱনশৈলীৰে জড়িত সামগ্ৰীৰ বিকল্প বাচনিৰ সুবিধা পাব। সপ্তাহজোৰা এই ইভণ্টে গ্ৰাহকক ইমেজ চাৰ্ছ, ভিডিঅ’ কেটালগ, ভাৰ্চুৱেল ট্ৰাই-অন, ভিডিঅ’ কমাৰ্চ আৰু টপ ফিল্টাৰৰ দৰে প্ৰযুক্তিৰ সহায়ত এক পৃথক বজাৰৰ অভিজ্ঞতা লাভ কৰিব। ফ্লিপকাৰ্টে ডিজিটেল-ফাৰ্ষ্ট ব্ৰেণ্ডৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বৃদ্ধি প্ৰত্যক্ষ কৰিছে। এই শ্ৰেণীৰ জৰিয়তে ফ্লিপকাৰ্টলৈ ৪০%তকৈ অধিক নতুন গ্ৰাহক আহিছে। সমগ্ৰ দেশতে বৃদ্ধি পোৱা গ্ৰাহকৰ এই আধাৰক কাৰ্যকৰী ৰূপত সেৱা আগবঢ়াবলৈ লৈছে বিশেষ পদক্ষেপ। ফ্লিপকাৰ্ট…
