28
Jun
ভাৰতৰ অগ্ৰণী লুব্ৰিকেণ্ট প্ৰতিষ্ঠান কেষ্ট্ৰল ইণ্ডিয়া লিমিটেডে প্ৰতিশ্ৰুতিসম্পন্ন বীমা দালাল সংস্থা(ইঞ্চুৰেঞ্চ ব্ৰকাৰেজ ফাৰ্ম) মহিন্দ্ৰা বীমা ব্ৰোকাৰ্ছ লিমিটেডৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে। এতিয়াৰে পৰা কেষ্ট্ৰল অটো চাৰ্ভিচ (চিএএছ)ৰ ৱৰ্কশ্বপসমূহত এমআইবিএলৰ জৰিয়তে দেশৰ আগশাৰীৰ মটৰ বীমা প্ৰদান কৰা প্ৰতিষ্ঠানৰ পৰা যোগ্য বীমা পলিচিসমূহ বিতৰণ কৰাৰ বাবে নিজকে পিঅ’এছপি (পইণ্ট অৱ চেল পাৰ্চন) হিচাপে তালিকাভুক্ত কৰাৰ বিকল্প থাকিব। চি এ এছ ৱৰ্কশ্বপবোৰে নিজৰ গ্ৰাহকসকলৰ বাহনৰ মেৰামতি আৰু তত্বাৱধান সেৱা(মেইনেটেঞ্চ চাৰ্ভিছ)ৰ লগতে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে অটোমোটিভ(স্বয়ংচালিত) বীমা সামগ্ৰী আগবঢ়াব।এই এলায়েন্স বা মিত্ৰতাই চি এ এছ ৱৰ্কশ্বপবোৰক নিজৰ গ্ৰাহকৰ ভিত্তি সম্প্ৰসাৰিত কৰাৰ লগতে মূল্য সংযোজজিত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত গ্ৰাহকসকলৰ সন্তুষ্টি…
