Business Bureau

2986 Posts
টয়োটাই প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনালৈ আগবঢ়ালে হাইলাক্সৰ ফ্লীট

টয়োটাই প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনালৈ আগবঢ়ালে হাইলাক্সৰ ফ্লীট

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) টয়োটা হিলাক্সৰ এটা ফ্লীট ভাৰতীয় সেনাক হস্তান্তৰ কৰিছে, যি কোম্পানীটোৰ প্ৰথমটো ডেলিভাৰী চিহ্নিত কৰিছে। ভাৰতীয় সেনাৰ নৰ্ডাৰ্ণ কমাণ্ডে বাহনখন বিশেষভাৱে মূল্যায়ন কৰিছিল, যিয়ে প্ৰতিকূল বতৰ আৰু ৰুক্ষ অঞ্চলতো সুন্দৰ প্ৰদৰ্শন কৰিছিল। এই আইকনিক ইউটিলিটি বাহনখন নিজৰ স্থায়িত্ব, বলিষ্ঠতা, নিৰ্ভৰযোগ্যতা আৰু অফ-ৰোডিং কেপাচিটীৰ বাবে বিশ্বব্যাপী স্বীকৃত হৈছে। বিশ্বজুৰি এক নিৰ্ভৰযোগ্য অফ-ৰোডাৰ হিচাপে হাইলাক্স মূল্যহীন বুলি প্ৰমাণিত হৈছে আৰু ভাৰতীয় সেনাই ক্ৰয় কৰাৰ পিছত ইয়াৰ বিভিন্ন পৰীক্ষা(পষ্ট ৰিজৰাৰ্ছ)ই নিজৰ সুনাম আৰু অধিক শক্তিশালী কৰিছে। টয়োটা হাইলাক্সে বিশ্বজুৰি ২ কোটিৰো অধিক ইউনিট বাহন বিক্ৰী কৰি পৃথিৱীৰ প্ৰায় ১৮০খন দেশৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। একেৰাহে পাঁচ দশক আৰু আঠ…
Read More
শ্বপছিয়ে বিভিন্ন প্লেটফৰ্মত ৰিডেম্পচনৰ বাবে আগবঢ়াইছে ছুপাৰকইন

শ্বপছিয়ে বিভিন্ন প্লেটফৰ্মত ৰিডেম্পচনৰ বাবে আগবঢ়াইছে ছুপাৰকইন

দেশত দ্ৰুতগতিত বিকশিত হোৱা হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচিয়ে নিজৰ প্লেটফৰ্মত চুপাৰকইন ৰিৱাৰ্ড কাৰ্যসূচী আৰম্ভ কৰিছে। গ্ৰাহকসকলে এতিয়া শ্বপচি, ফ্লিপকাৰ্ট, মিণ্ট্ৰা আৰু ক্লিয়াৰট্ৰিপত ছুপাৰকইন উপাৰ্জন আৰু ৰিডিম কৰিব পাৰে। ফ্লিপকাৰ্টৰ এই অনন্য ৰিৱাৰ্ড ইক'চিষ্টেমে ব্যৱহাৰকাৰী বা গ্ৰাহকসকলক প্ৰতি ১০০ টকা খৰচ কৰাৰ বিনিময়ত ১ টকা ছুপাৰকইনেৰে পুৰস্কৃত কৰে। প্ৰতিটো ছুপাৰকইনৰ মূল্য ১ টকা আৰু ইয়াক পৰৱৰ্তী অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত মূল্য বিচৰা গ্ৰাহকসকলে প্ৰতিটো ক্ৰয়তে অধিক সঞ্চয় কৰিব পাৰে। চুপাৰকইনবোৰ শ্বপচি, ফ্লিপকাৰ্ট, মিণ্ট্ৰা আৰু ক্লিয়াৰট্ৰিপত নিজৰ পঞ্জীভুক্ত ফ্লিপকাৰ্ট নম্বৰৰ সৈতে ছাইন ইন কৰি একাউণ্ট লিংক কৰাৰ লগে লগে প্ৰৱেশ কৰিব পাৰে। শ্বপচিত ছুপাৰকইন মুকলি কৰা সন্দৰ্ভত উল্লেখ কৰি…
Read More
ডান্স ৰিয়েলিটি শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ত আমাজন মিনিটিভিৰ সৈতে সহযোগিতা কৰিছে নিছানে

ডান্স ৰিয়েলিটি শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ত আমাজন মিনিটিভিৰ সৈতে সহযোগিতা কৰিছে নিছানে

নিছান মটৰ ইণ্ডিয়া আৰু আমাজন মিনিটিভিয়ে ডান্স ৰিয়েলিটি শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ত সৰ্ববৃহৎ অন গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিলে। একেলগে ১,৮৭০ নৃত্যশিল্পীয়ে মুম্বাইৰ ফিল্মচিটিত একত্ৰিত হৈ ৫ মিনিটৰ আকৰ্ষণীয় আৰু মনোগ্ৰাহী হিপ-হপ প্ৰদৰ্শন কৰে। হিপ হপ ইণ্ডিয়াৰ বিচাৰক ৰেমো ডিচুজা আৰু নুৰা ফাতেহী, আমাজনৰ এডভাৰ্টাইজিং হেড গিৰীশ প্ৰভু , নিছান মটৰ্ছ ইণ্ডিয়াৰ সঞ্চালক মোহন উইলছন উপস্থিত থাকে এই অনুষ্ঠানত। বিশেষ অংশীদাৰ ‘টু দ্য কালচাৰ’ আৰু নৃত্যৰ দল ‘কিংছ ইউনাইটেডে’ এই অনুষ্ঠানটোৰ নৃত্য পৰিচালনা কৰে। ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ ৰিয়েলিটি ডান্স শ্ব' 'হিপ হপ ইণ্ডিয়া'ই হিপ হপৰ গতিশীল ডান্স ফৰ্ম উদযাপন কৰিছে। বিচাৰক ৰেমো ডিচুজা আৰু নুৰা…
Read More
ইন্দোৰত  জি-২০ এলইএমএমৰ সামৰণি

ইন্দোৰত জি-২০ এলইএমএমৰ সামৰণি

২১ জুলাই, শুকুৰবাৰে ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত জি-২০ দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীৰ বৈঠক(এলইএম)ৰ আয়োজন কৰা হয় । এই বৈঠকত ২৪ জন মন্ত্ৰীকে ধৰি বিভিন্ন দেশৰ ১৬৫গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰ্চুৱেলী ভাষণৰ জৰিয়তে বৈঠকৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাত নিযুক্তিৰ ওপৰত চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি কয় যে বৰ্তমান সময়ত প্ৰযুক্তিয়েই হৈছে প্ৰাথমিক চালক। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "মই নিশ্চিত যে বিশ্বৰ সকলো শ্ৰমিকৰ কল্যাণৰ বাবে আজি আপোনালোকে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব। আপোনালোক সকলোৰে জৰিয়তে মই এক ফলপ্ৰসূ আৰু সফল বৈঠকৰ কামনা কৰিছো।" ইন্দোৰত ১৯-২০ জুলাইত অনুষ্ঠিত চতুৰ্থ নিয়োগ কৰ্মগোটৰ বৈঠকত…
Read More
গৌতম আদানীৰ অভিলাষী প্ৰকল্প ধাৰাৱী : এক মানৱ-কেন্দ্ৰিক ৰূপান্তৰ

গৌতম আদানীৰ অভিলাষী প্ৰকল্প ধাৰাৱী : এক মানৱ-কেন্দ্ৰিক ৰূপান্তৰ

বিশ্ববিখ্যাত বক্সাৰ তথা প্ৰাক্তন বিশ্ব হেভীৱেইট বক্সিং চেম্পিয়ন মাইক টাইছনে নিজৰ বাকেট লিষ্টত তাজমহল আৰু ধাৰাৱী ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰি প্ৰাচীন চহৰখনৰ প্ৰতি নিজৰ আগ্ৰহ আৰু মৰম প্ৰদৰ্শন কৰিছিল। ১৯৭০ চনৰ শেষৰ সময়ছোৱাত তেওঁ হীৰাৰ ব্যৱসায়ত কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যৰে মুম্বাই ভ্ৰমণ কৰিছিল। ধাৰাৱী ভিন্নধৰ্মী বিশ্বাস, সংস্কৃতি আৰু ভাষাৰ এক সংমিশ্ৰিত গলিত পাত্ৰ, যিয়ে এক চিৰিজ আৰু শক্তিশালী শৃংখলাবোধ প্ৰদান কৰিছিল। ধাৰাৱী ভ্ৰমণ আশাব্যঞ্জক আৰু বিচলিত দুয়োধৰণৰ আছিল, কিয়নো বিভিন্ন কাৰকে এইসকল লোকৰ ভাগ্য কেতিয়াবা সলনি কৰিব নেকি সেই প্ৰশ্নটোৱেও অনুপ্ৰাণিত কৰিছিল। মুম্বাই বিমানবন্দৰৰ তলত থকা ধাৰাৱীবোৰে চহৰখনৰ বিভিন্ন ঠাই বা মূলৰ বসতি স্থাপন আৰু আশ্ৰয় লোৱা লোকসকলক আঁকোৱালি লোৱাৰ সামৰ্থ্য…
Read More
চিইএটি ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে মুকলি কৰিছে ৰাইডাৰ ৰেজিষ্ট্ৰেচন পুল

চিইএটি ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে মুকলি কৰিছে ৰাইডাৰ ৰেজিষ্ট্ৰেচন পুল

বিশ্বৰ প্ৰথমখন ফ্ৰেঞ্চাইজি আধাৰিত ছুপাৰক্ৰছ লীগ চিইএটি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ছুপাৰক্ৰছ লীগৰ বাবে ৰাইডাৰ ৰেজিষ্ট্ৰেচন পুল মুকলি কৰিছে। এফএমএছচিআইৰ সহযোগত এই লীগে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইডাৰসকলক ৰোমাঞ্চকৰ ছুপাৰক্ৰছ ট্ৰেকত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছে। ভাৰতৰ মটৰস্পৰ্টছক একচন, মনোৰঞ্জন আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মনোমোহা মিশ্ৰণৰ সৈতে পুনৰ সংজ্ঞায়িত কৰিছে এই লীগে। চলিত বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৰেচিং লীগত একাধিক ৰাউণ্ড অনুষ্ঠিত হ’ব, য’ত চাৰিটা শাখা থাকিব: ৪৫০চিচি, ২৫০চিচি, ২৫০চিচি ভাৰত-এছিয়া মিক্স আৰু ৮৫চিচি জুনিয়ৰ ক্লাছ। এই উদ্বোধনী বৰ্ষই ৰোমাঞ্চকৰ একচন আৰু তীব্ৰ প্ৰতিযোগিতাৰ পূৰ্ণ প্ৰতিশ্ৰুতি দিয়ে। আই এছ আৰ এলৰ ছিজন ১ত…
Read More
ট্ৰেড স্প্ৰেডশ্বীট আৰু বিশ্লেষণ সঁজুলিৰ বৈশিষ্ট্যৰে ছেমকোৱে মুকলি কৰিছে ‘মাই ট্ৰেড ষ্ট’ৰী’

ট্ৰেড স্প্ৰেডশ্বীট আৰু বিশ্লেষণ সঁজুলিৰ বৈশিষ্ট্যৰে ছেমকোৱে মুকলি কৰিছে ‘মাই ট্ৰেড ষ্ট’ৰী’

ভাৰতৰ অগ্ৰণী অনলাইন ষ্টক ব্ৰকাৰ ছেমকো ছিকিউৰিটিজে মুকলি কৰিছে মাই ট্ৰেড ষ্ট’ৰীৰ সুবিধা, য’ত ট্ৰেড স্প্ৰেডশ্বীট আৰু এনালাইটিক্স সঁজুলি সন্নিবিষ্ট কৰা হৈছে। ই ব্যৱসায়ীৰ বিশ্লেষণ আৰু ব্যৱসায়িক কৌশলৰ ৰূপান্তৰ ঘটায়, বজাৰৰ প্ৰদৰ্শনৰ বাবে অনন্য সুবিধা আৰু ব্যক্তিগতকৃত সহায়A প্ৰদান কৰে। ছেমকো ছিকিউৰিটিজ চিআৰপিয়ে ট্ৰেড স্প্ৰেডশ্বীট প্ৰদান কৰে, যিয়ে ব্যৱসায়ীসকলক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি নিজৰ বিত্তীয় লক্ষ্যত উপনীত হ'বলৈ বিতং  বাণিজ্যিক পৰিসংখ্যা, অন্তৰ্দৃষ্টি আৰু উদ্যোগৰ আগশাৰীৰ বৈশিষ্ট্যসমূহ প্ৰদান কৰে। ট্ৰেড স্প্ৰেডশ্বীট সুবিধাই ব্যৱসায়ীসকলৰ বাবে কেইবাটাও সুবিধা প্ৰদান কৰে, যাৰ ভিতৰত আছে লাভজনক আৰ্হি চিনাক্ত কৰা, অৱস্থান আকাৰ অনুকূল কৰা, সঠিক প্ৰৱেশ আৰু প্ৰস্থান পইণ্ট চিনাক্ত কৰা, আৰু ৰিস্ক-ৰিৱাৰ্ডৰ অনুপাত মূল্যায়ন কৰা ইত্যাদি।…
Read More
টাটা এআইএ লাইফ ইঞ্চুৰেন্সে আগবঢ়াইছে স্মল কেপ ডিস্কভাৰী ফাণ্ড

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে আগবঢ়াইছে স্মল কেপ ডিস্কভাৰী ফাণ্ড

ভাৰতৰ অন্যতম অগ্ৰণী জীৱন বীমা প্ৰতিষ্ঠান টাটা এ আই এ লাইফ ইঞ্চুৰেন্স(টাটা এ আই এ)ৰ প্ৰথমটো সমৰ্পিত স্মল-কেপ ফাণ্ড টাটা এ আই এ স্মল কেপ ডিস্কভাৰী ফাণ্ড আৰম্ভ কৰিছে। এই নতুন পুঁজিয়ে পলিচি থকাসকলৰ বাবে কম মূল্যৰ বজাৰ মূলধন ষ্টকত বিনিয়োগৰ জৰিয়তে দীৰ্ঘম্যাদী মূলধনৰ সুবিধা আগবঢ়ায়। ২০২৩ চনৰ ১০ জুলাইৰ পৰা ২৪ জুলাইলৈ নিউ ফাণ্ড অফাৰিং (এনএফঅ’) উইণ্ড’ খোলা থাকিব। প্ৰতি ইউনিটত হ'ব ১০ টকা, কেৱল এনএফঅ’ৰ সময়ছোৱাতহে প্ৰযোজ্য। স্মল কেপ ষ্টকসমূহে ৪,৫০০ টাতকৈও অধিক ভাৰতীয় প্ৰতিষ্ঠান গঠন কৰিছে, ইয়াৰে ৫০০ প্ৰতিষ্ঠানৰ মাৰ্কেট কেপ ২০০০ কোটি টকাৰ ওপৰত আছে। এই ষ্টকসমূহে বিনিয়োগৰ বিভিন্ন পৰিসৰৰ সুযোগ প্ৰদান কৰে, কিন্তু বজাৰৰ গতিশীলতাৰ…
Read More
গোৱাই আয়োজন কৰে চতুৰ্থ ইটিডব্লিউজি বৈঠকৰ

গোৱাই আয়োজন কৰে চতুৰ্থ ইটিডব্লিউজি বৈঠকৰ

গোৱাত ১৯-২০ জুলাইত এনাৰ্জি ট্ৰেঞ্জিচন ৱৰ্কিং গ্ৰুপ(ইটিডব্লিউজি)ৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়। বিশ্বৰ ১০০ খনতকৈও অধিক দেশ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ১০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ইটিডব্লিউজি বৈঠকত। এই বৈঠকত শক্তি পৰিৱৰ্তন কাৰ্যসূচীৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰা হয় আৰু অহা ২২ জুলাইত অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে ফলাফলৰ দস্তাবেজ প্ৰস্তুত কৰা হয়। দুদিনীয়াকৈ আয়োজিত বৈঠকৰ সভাপতিত্ব কৰে ইটিডব্লিউজিৰ অধ্যক্ষ তথা শক্তি মন্ত্ৰণালয়ৰ সচিব পংকজ আগৰৱালে। এই বৈঠকত এক ন্যায়সংগত আৰু সামগ্ৰিক শক্তি পৰিৱৰ্তনৰ বাবে সৰ্বোত্তম পদ্ধতি, নীতি আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। ইয়াত ছটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়: প্ৰযুক্তিৰ ব্যৱধান, কম খৰচী বিত্তীয় সাহায্য, শক্তি…
Read More
অসমত অ’এনজিচি ৰিগত অগ্নিকাণ্ড

অসমত অ’এনজিচি ৰিগত অগ্নিকাণ্ড

অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিডেটৰ  (অ’এনজিচি) শিৱসাগৰ জিলাৰ গেলেকীস্থিত এনজি#৮ কূপত নিয়োজিত এছকেপি-১৫০-২ ৰিগত ২১ জুলাইত এক অগ্নিকাণ্ড সংঘটিত হয়। দিনৰ প্ৰায় ২ বাজি ৫০ মিনিটত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।অ’এনজিচিয়ে তৎপৰতাৰে ইমাৰ্জেঞ্চি ৰেছপঞ্চ প্ৰটকল সক্ৰিয় কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ অগ্নিনিৰ্বাপক বাহিনী জুই নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত লগে লগে উপস্থিত হয়। জৰুৰীকালীন পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আঞ্চলিক সংকট ব্যৱস্থাপনা দলৰ বিশেষজ্ঞসকলকো নিয়োজিত কৰা হয়। অ’এনজিচি অসম এচেটৰ অগ্নিনিৰ্বাপক বাহিনীৰ ক্ষীপ্ৰ আৰু কাৰ্যক্ষম সঁহাৰিৰ ফলত তাৎক্ষণিকভাৱে জুই নিৰ্বাপন  কৰিবলৈ সক্ষম হোৱাৰ লগতে অগ্নিকাণ্ডটোৰ ফলত কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া বা আঘাতপ্ৰাপ্ত হ’বলগীয়া  হোৱা নাই। অ’এনজিচিৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা আৰু ইয়াৰ সুপ্ৰশিক্ষিত কৰ্মীসকলৰ দক্ষতাই এই অগ্নিকাণ্ড…
Read More