25
Aug
দেশৰ আগশাৰীৰ টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিট লিমিটেডে মুম্বাইত চিট ক্ৰিকেট ৰেটিং (চিচিআৰ) বঁটা ২০২৩ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেট ক্ষেত্ৰৰ পৰা ক্ৰিম-দা-লা-ক্ৰিমৰ সফলতা আৰু গৌৰৱ উদযাপন কৰে। ২০২২ চনৰ জুন মাহৰ পৰা ২০২৩ৰ মে’লৈকে চিট ক্ৰিকেট ৰেটিং প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পুৰুষ আৰু মহিলা উভয়ৰে শ্ৰেষ্ঠ ক্ৰিকেট কৃতিত্ব বা সফলতা দেখুওৱা খেলুৱৈক সন্মানিত কৰিছিল বিশ্বব্যাপী মঞ্চ চিচিআৰে। এই চিচিআৰে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা কৃতিত্বৰ মূল্যায়নৰ বাবে গল্ড ষ্টেণ্ডাৰ্ড হিচাপে কাম কৰে। ২৫ সংখ্যক চিট ক্ৰিকেট ৰেটিং বঁটাত মনোৰঞ্জনমূলক প্ৰদৰ্শন আৰু পেনেল আলোচনা অনুষ্ঠিত কৰা হয়, যিয়ে দৰ্শক, অনুৰাগী, বলীউডৰ তাৰকা, ক্ৰিকেটাৰসকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এই বঁটাৰ জৰিয়তে ব্ৰেণ্ডন মেককুলামক শ্ৰেষ্ঠ…
