02
Sep
বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ ভিতৰত অন্যতম বন্ধন বেংকে বিত্ত মন্ত্ৰালয়ৰ চেন্ট্ৰেল পেঞ্চন একাউণ্টিং কাৰ্যালয়(চিপিএঅ')ৰ হৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ্তৃত্বশীল পেঞ্চন বিতৰণ বেংক হিচাপে বেংকটোক অনুমোদন জনোৱাৰ কথা ঘোষণা কৰিছে। বিত্ত মন্ত্ৰালয়, অসামৰিক পেঞ্চনাৰসকলৰ বাবে। বেংকটোৱে অচিৰে চিপিএঅ’ৰ কাৰ্যালয়ৰ সৈতে একত্ৰিত হৈ বিতৰণ প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব। এই অনুমোদনে বেংকক অসামৰিক মন্ত্ৰালয়/বিভাগ (ৰে'লৱে, ডাক আৰু প্ৰতিৰক্ষাৰ বাহিৰে), দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, বিধানসভা নথকা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন, উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু উচ্চতন্যায়ালয় আৰু সৰ্বভাৰতীয় সেৰৱা বিষয়াসকলক পেঞ্চন প্ৰদান কৰাৰ অধিকাৰ প্ৰদান কৰিছে। এই আঁচনিখনে প্ৰাক্তন সাংসদসকলক পেঞ্চন প্ৰদান আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি/উপ-ৰাষ্ট্ৰপতিসকলক পেঞ্চন আৰু অন্যান্য সুবিধা প্ৰদান…
