Business Bureau

2986 Posts
টাটা মটৰ্ছে ২০২৩ চনৰ আগষ্টত মুঠ ৭৮,০১০ ইউনিট বিক্ৰীৰ কথা প্ৰকাশ কৰিছে

টাটা মটৰ্ছে ২০২৩ চনৰ আগষ্টত মুঠ ৭৮,০১০ ইউনিট বিক্ৰীৰ কথা প্ৰকাশ কৰিছে

২০২৩ চনৰ আগষ্ট মাহত টাটা মটৰ্ছ লিমিটেডৰ বিক্ৰী ৭৮,০১০খন হৈছিল, ২০২২ চনৰ আগষ্ট মাহত এই পৰিমাণ আছিল ৭৮,৮৪৩খন বাহন। ২০২৩ চনৰ আগষ্ট মাহত ঘৰুৱা বিক্ৰীৰ প্ৰদৰ্শন আছিল ৭৬,২৬১খন, ইয়াৰ তুলনাত ২০২২ চনৰ আগষ্ট মাহত আছিল এই পৰিমাণ আছিল ৭৬৪৭৯ খন, যি পূৰ্বৰ বছৰৰ তুলনাত ০% পৰিৱৰ্তন দেখুৱাইছে। ২০২৩ চনৰ আগষ্ট মাহত বাণিজ্যিক বাহন বা চিভিৰ ঘৰুৱা বিক্ৰী ৪.৯% বৃদ্ধি পাইছে, যি পূৰ্বৰ বছৰত এি পৰিমাণ আছিল ৩০,৭৪৮। ২০২৩ চনৰ আগষ্ট মাহত বাণিজ্যিক বাহনৰ মুঠ চিভি আছিল ৩২,০৭৭, যি পূৰ্বৰ বছৰৰ তুলনাত ১.৯% বৃদ্ধি পাইছে। ২০২৩ চনৰ আগষ্ট মাহত এমএইছ এণ্ড আইচিভিৰ ঘৰুৱা বিক্ৰী ১৩,৩০৬ ইউনিটলৈ বৃদ্ধি পাইছে, ইয়াৰ বিপৰীতে ২০২২…
Read More
ৰাহুল ভগত চেম্পিয়ন হোৱাৰ লগে লগে অন্ত পৰিল আমাজন মিনিটিভিৰ হিপ হপ ইণ্ডিয়া

ৰাহুল ভগত চেম্পিয়ন হোৱাৰ লগে লগে অন্ত পৰিল আমাজন মিনিটিভিৰ হিপ হপ ইণ্ডিয়া

ভাৰতৰ প্ৰথমটো হিপ হপ ভিত্তিক নৃত্য ৰিয়েলিটি শ্ব’হিপ হপ ইণ্ডিয়াৰ সামৰণি পৰিল আৰু উজ্জীৱিত প্ৰদৰ্শনেৰে ৰাহুল ভগতে উদ্বোধনী ছিজনত জিনিলে বিজয়ীৰ খিতাপ। বহুচৰ্চিত এই শ্ব’টো আছিল এক নৃত্য মাৰাথন, গ্ৰেণ্ড ফিনালেত ৰেপাৰ বাদশ্বাহ আৰু ৰাফতাৰে নিজৰ অনন্য অৱতাৰেৰে মঞ্চখনক অন্য এক মাত্ৰা প্ৰদান কৰিছিল। জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ তথা নৃত্যগুৰু ৰেমো ডি চুজা আৰু নুৰা ফাটেহীৰ বিচাৰত এই অনুষ্ঠানত সমগ্ৰ পোহৰলৈ নহা ভাৰতৰ ভিন্ন স্থানৰ প্ৰকৃত প্ৰতিভাসমূহ বিচাৰি আনি এখন মঞ্চ প্ৰদান কৰিছিল আৰু খিতাপৰ বাবে আটাইতকৈ ডাঙৰ আৰু কঠিন যুঁজ দেখা গৈছিল। ৭ সপ্তাহৰ তীব্ৰ যুঁজ আৰু আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত হিপ হপ চেম্পিয়ন হিচাপে আত্মপ্ৰকাশৰ গৌৰৱ অৰ্জন কৰিলে ৰাহুল ভগতে।  ২১…
Read More
আমাজনৰ দ্বাৰা আয়োজিত বাৰ্ষিক চিন্তা নেতৃত্ব সন্মিলন আমাজন স্মভ

আমাজনৰ দ্বাৰা আয়োজিত বাৰ্ষিক চিন্তা নেতৃত্ব সন্মিলন আমাজন স্মভ

“ভাৰতীয় বজাৰত বিকাশৰ দীৰ্ঘম্যাদী সম্ভাৱনা আৰু ভাৰতৰ লাখ লাখ গ্ৰাহক আৰু বিক্ৰেতাক সেৱা আগবঢ়োৱাৰ সুযোগক লৈ আমি উৎসাহিত। শেহতীয়াকৈ ২০৩০ চনৰ ভিতৰত আমাৰ সকলো ব্যৱসায়ত ভাৰতত ১৫ বিলিয়ন ডলাৰৰ বৰ্ধিত বিনিয়োগৰ ঘোষণা কৰিছিলো আৰু একবিংশ শতিকাত ভাৰতৰ বিকাশত আমি অংশীদাৰ হৈ থাকিম” আজি নতুন দিল্লীত আমাজন সম্ভৱ সন্মিলনৰ চতুৰ্থ সংস্কৰণত ভাৰতত আমাজনৰ ভৱিষ্যত দৃষ্টি বাখ্যা কৰি আমাজনৰ এছভিপি ইণ্ডিয়া এণ্ড ইমাৰ্জিং মাৰ্কেটছৰ অমিত আগৰৱালে এইদৰে কয়। আমাজন সম্ভৱ হৈছে আমাজনৰ দ্বাৰা আয়োজিত বাৰ্ষিক চিন্তা নেতৃত্ব সন্মিলন যিয়ে ডিজিটেল ইণ্ডিয়াৰ বাবে অসীম সম্ভাৱনা বোৰ উন্মুক্ত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়ৰ ওপৰত আলোচনাৰ বাবে নীতি নিৰ্মাতা, বিশিষ্ট উদ্যোগ নেতা, ষ্টাৰ্টআপ আৰু আমাজন নেতৃত্বক একত্ৰিত…
Read More
ভিআইয়ে আৰম্ভ কৰিছে ‘চইছ’ পদক্ষেপ, পোষ্টপেইড ব্যৱহাৰকাৰীৰ বাবে প্ৰদান কৰে এক্সক্লুছিভ লাইফষ্টাইলৰ লাভালাভ

ভিআইয়ে আৰম্ভ কৰিছে ‘চইছ’ পদক্ষেপ, পোষ্টপেইড ব্যৱহাৰকাৰীৰ বাবে প্ৰদান কৰে এক্সক্লুছিভ লাইফষ্টাইলৰ লাভালাভ

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে গ্ৰাহকসকলক শক্তিশালী কৰাৰ বাবে 'চইছ' নামৰ এটা উদ্যোগৰ প্ৰথম পদক্ষেপ আৰম্ভ কৰিছে। যাৰ ফলত পোষ্টপেইড গ্ৰাহকসকলে মনোৰঞ্জন, খাদ্য, ভ্ৰমণ আৰু মোবাইল সুৰক্ষাত একচেটিয়া জীৱনশৈলীৰ সুবিধাক বাছনি কৰিব পাৰে। এই পৃথকীকৃত প্ৰস্তাৱে পোষ্টপেইড গ্ৰাহকসকলক তেওঁলোকৰ বাবে আটাইতকৈ প্ৰাসংগিক সুবিধাসমূহ নিৰ্বাচিত কৰিবলৈ অনুমতি প্ৰদান কৰি সবল কৰি তোলে। ভিআই ইণ্ডিভিজুৱেল(ব্যক্তিগত) আৰু ফেমিলী(পৰিয়াল) পোষ্টপেইড ব্যৱহাৰকাৰীসকলে চাৰিটা এক্সক্লুছিভ কেটেগৰীত প্ৰিমিয়াম অংশীদাৰৰ পৰা বাছনি কৰিব পাৰে: মনোৰঞ্জন, খাদ্য, ভ্ৰমণ আৰু মোবাইল সুৰক্ষা। এই সুবিধাবোৰৰ ভিতৰত আছে ইজিডিনাৰৰ ৬ মাহৰ চাবস্ক্ৰিপচন(সদস্যতা), ইজমাইট্ৰিপৰ ১ বছৰৰ সদস্যতা(চাবস্ক্ৰিপচন) আৰু মোবাইল ডিভাইচত বৰ্ধিত সুৰক্ষাৰ বাবে নৰ্টনএণ্টি-ভাইৰাছৰ ১ বছৰৰ চাবস্ক্ৰিপচন। এই অফাৰবোৰ ব্যৱহাৰকাৰীয়ে নিৰ্বাচন কৰা প্লেনৰ…
Read More
বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত ভাৰতৰ ৭.৮% জিডিপিক প্ৰশংসা এনএছইৰ চিইঅ’ আশিস কুমাৰ চৌহানৰ

বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত ভাৰতৰ ৭.৮% জিডিপিক প্ৰশংসা এনএছইৰ চিইঅ’ আশিস কুমাৰ চৌহানৰ

কেন্দ্ৰীয় চৰকাৰৰ এনএছঅ’ কাৰ্যালয়ে বৃহস্পতিবাৰে নতুন বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ জিডিপি আকলন প্ৰকাশ কৰে। এই চৰকাৰী পৰিসংখ্যা অনুসৰি এপ্ৰিল-জুন তিনিমাহত ভাৰতৰ জিডিপি ৭.৮% বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে আজি এপ্ৰিল-জুন (কিউ১) ৩ মাহৰ ভাৰতীয় অৰ্থনীতিৰ বাবে চৰকাৰী জিডিপিৰ তথ্য প্ৰকাশ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এনএছইৰ এমডি তথা চিইঅ’আশিস কুমাৰ চৌহানে কয় যে, ভাৰতৰ প্ৰথম ৩ মাহৰ জিডিপি যথেষ্ট লক্ষণীয়। তেওঁ লগতে কয় যে, “ভাৰতৰ প্ৰথম ত্ৰৈমাসিকৰ জিডিপিয়ে স্পৰ্শ কৰিছে ৭.৮ শতাংশ। ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুততম বিকাশশীল অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। আমেৰিকাৰ অৰ্থনৈতিক বৃদ্ধি প্ৰায় ২ শতাংশ আৰু চীনত একে পৰিসৰৰ আশে-পাশে থাকিব বুলি আশা কৰা হৈছে আৰু ই…
Read More
মেঘালয় চৰকাৰে শ্বিলঙত আয়োজন কৰে এখন ‘প্লে টু লাৰ্ন’ ছামিটৰ

মেঘালয় চৰকাৰে শ্বিলঙত আয়োজন কৰে এখন ‘প্লে টু লাৰ্ন’ ছামিটৰ

শ্বিলঙত সফলতাৰে আয়োজন কৰা হয় প্ৰথম 'প্লে টু লাৰ্ণ' সন্মিলনৰ, য'ত সৰু ল’ৰা-ছোৱালীৰ সামগ্ৰিক বিকাশত খেলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। মেঘালয় চৰকাৰ, মেঘালয় প্ৰাৰম্ভিক শৈশৱ বিকাশ অভিযান আৰু মেঘালয় স্বাস্থ্য প্ৰণালী সবলীকৰণ প্ৰকল্পই এখন সন্মিলনৰ আয়োজন কৰিছিল, চেজম ৱৰ্কশ্বপ ইণ্ডিয়া ট্ৰাষ্টৰ সৈতে সহযোগিতাত আয়োজিত এই ছামিটৰ বাবে এছবিআই ফাউণ্ডেশ্যন আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্সৰ পৰা পুঁজি লাভ কৰিছে। মেঘালয়ে শিশুৰ জীৱনজোৰা সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এক প্ৰাৰম্ভিক শৈশৱ বিকাশ অভিযান (এমইচিডিএম) আৰম্ভ কৰিছে, যাৰ জৰিয়তে যতন লওঁতা, শিশু, গৰ্ভৱতী মহিলা আৰু  দুগ্ধপান কৰাই থকা মাতৃসকলক উপকৃত কৰিব। এই অভিযানে অংগনৱাড়ী কেন্দ্ৰসমূহক ইচিডি কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব।…
Read More
কোটাক মহিন্দ্ৰা বেংকে মুকলি কৰিলে ডিজিটেল ৰূপে এপ, চিবিডিচি-ইউপিআই আন্তঃকাৰ্যকাৰিতা

কোটাক মহিন্দ্ৰা বেংকে মুকলি কৰিলে ডিজিটেল ৰূপে এপ, চিবিডিচি-ইউপিআই আন্তঃকাৰ্যকাৰিতা

কোটাক মহিন্দ্ৰা বেংকে নিজৰ (ই) এপ্লিকেচনত ইউপিআই ইণ্টাৰঅপাৰেবিলিটি(আন্তঃকাৰ্যকাৰিতা) প্ৰৱৰ্তন কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে ব্যৱসায়ীসকলৰ কিউআৰ ক’ড স্কেন কৰি গেলামাল(গ্ৰচাৰী)ৰ সামগ্ৰী আৰু দৈনন্দিন ব্যয় হোৱা ধন সহজে পৰিশোধ কৰিব পাৰিব। এয়া আৰবিআইৰ চিবিডিচি পাইলট প্ৰকল্পৰ অংশ। এই সুবিধাই গ্ৰাহকসকলক ব্যৱসায়ীসকলৰ ওচৰত উপলব্ধ বৰ্তমানৰ ইউপিআই কিউআৰ ক’ডেৰে পেমেণ্ট কৰিবলৈ সক্ষম কৰি তুলিব। আজিৰ তাৰিখত এই সুবিধা হৈছে এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে লাইভ(উপলব্ধ)। ‘ই’ এপটোৱে ব্যৱহাৰকাৰীসকলক বেংক একাউণ্টৰ সবিশেষ প্ৰকাশ নকৰাকৈ লেনদেন কৰিবলৈ অনুমতি দিয়ে। ‘ই’ এপে সহজ ট্ৰেন্সফাৰ সমৰ্থন কৰে, বেংক ষ্টেটমেণ্টসমূহ ডিক্লাটাৰ কৰি এক নিৰাপদ আৰু নিয়ন্ত্ৰিত আন্তঃপৃষ্ঠ নিশ্চিত কৰে, লগতে অভিজ্ঞতাক নিৰৱচ্ছিন্ন কৰি তোলে। এই বিষয়ে কোটাক মহিন্দ্ৰা বেংকৰ গ্ৰুপ প্ৰেচিডেণ্ট…
Read More
কেএমচি মণিপালত আয়োজন কৰা হয় মেডঅৰিয়েণ্ট এমবিবিএছ অৰিয়েণ্টেচন কাৰ্যসূচীৰ

কেএমচি মণিপালত আয়োজন কৰা হয় মেডঅৰিয়েণ্ট এমবিবিএছ অৰিয়েণ্টেচন কাৰ্যসূচীৰ

ভাৰতৰ মণিপালৰ কস্তুৰবা চিকিৎসা মহাবিদ্যালয়(কেএমচি)ত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় মেডঅৰিয়েণ্ট এমবিবিএছ বেটছ ২০২৩-২৪ অৰিয়েণ্টেচন কাৰ্যসূচী। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু সদ্য নামভৰ্তি কৰা এমবিবিএছৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰে। শীৰ্ষ স্থানপ্ৰাপ্ত নীটৰ ছাত্ৰ-ছাত্ৰীসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেএমচি মণিপালৰ দূৰদৰ্শী প্ৰতিষ্ঠাপক ড০ টি এম এ পাইক পুষ্পাঞ্জলি জ্ঞাপন কৰে। কেএমচি মণিপালৰ ডীন ড০ পদ্মৰাজ হেগড়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্য(এমএএইছই)ৰ উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল এম ডি ভেংকটেশ, এমএইছইৰ পঞ্জীয়ক ড০ গিৰিধৰ কিনি আৰু এমএএইছইৰ প্ৰ-উপাচাৰ্য ড০ এইচ.এছ. বাল্লালেও অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত ড০ গিৰিধৰ কিনিয়ে ২০২৩-২৪ চনৰ বাবে ষ্টুডেণ্ট হেণ্ডবুক(ছাত্ৰ হাতপুথি) মুকলি কৰে, য’ত অনুশাসন, পৰিপক্কতা, সময়…
Read More
টয়োটা কিৰ্লোস্কাৰ মটৰে উন্মোচন কৰিলে পৃথিৱীৰ প্ৰথমখন বিএছ6 বৈদ্যুতিক ফ্লেক্স ফুৱেল বাহনৰ প্ৰট’টাইপ

টয়োটা কিৰ্লোস্কাৰ মটৰে উন্মোচন কৰিলে পৃথিৱীৰ প্ৰথমখন বিএছ6 বৈদ্যুতিক ফ্লেক্স ফুৱেল বাহনৰ প্ৰট’টাইপ

টয়োটা কিৰ্লোস্কাৰ মটৰে বিশ্বৰ প্ৰথমখন BS6 (StageII) ইলেক্ট্ৰিফাইড ফ্লেক্স ফিউৱেল বাহনৰ প্ৰট’টাইপ উন্মোচন কৰিছে, যিয়ে বহনক্ষম গতিশীলতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে। ইলেক্ট্ৰিফাইড ফ্লেক্স ফিউৱেলৰ প্ৰট’টাইপ উন্মোচন কৰে মুখ্য অতিথি শ্ৰী নীতিন গাডকাৰীয়ে। টি কে এম ভাৰতৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ প্ৰতি দায়বদ্ধ আৰু দেশৰ অনন্য শক্তিৰ পৰিৱেশৰ সৈতে মিল থকা প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বৈদ্যুতিক ফ্লেক্স ফুৱেল বাহনসমূহ হৈছে এটা ফ্লেক্স-ফুৱেল ইঞ্জিন আৰু এটা ইলেক্ট্ৰিক পাৱাৰট্ৰেইনৰ সংমিশ্ৰণ, যিয়ে ইথানলৰ সৈতে অধিক ইন্ধন প্ৰতিস্থাপন আৰু ইলেক্ট্ৰিক মোড ড্ৰাইভিঙৰ উচ্চ অনুপাতৰ বাবে উন্নত ইন্ধন কাৰ্যক্ষমতা প্ৰদান কৰে। প্ৰট’টাইপত নূন্যতম উন্নত কেমিস্ত্ৰী বেটাৰী ব্যৱহাৰ কৰা হয়, যাৰ ফলত কোষ আৰু কেঁচামালৰ…
Read More
মবিলটিএমে আৰম্ভ কৰিলে নতুন অভিযান – “ট্ৰাকিং ইজ হাৰ্ড; চুজিং ইঞ্জিন অইল চুডনট বি”

মবিলটিএমে আৰম্ভ কৰিলে নতুন অভিযান – “ট্ৰাকিং ইজ হাৰ্ড; চুজিং ইঞ্জিন অইল চুডনট বি”

মবিলে™  আৰম্ভ কৰিলে নতুন অভিযান - "ট্ৰাকিং ইজ হাৰ্ড; চুজিং ইঞ্জিন অইল চুডনট বি", যাৰ উদ্দেশ্য হৈছে ট্ৰাকচালকসকলক ট্ৰাকৰ বাবে সঠিক মানদণ্ডৰ ইঞ্জিন অইল নিৰ্বাচন কৰাত সহায় কৰা, যিটো কেতিয়াও সহজ হোৱা নাছিল। মবিলে ট্ৰাকচালকসকলক ট্ৰাকৰ প্ৰয়োজনীয়তা আৰু বয়সৰ ওপৰত ভিত্তি কৰি সহজে ক্ৰয়ৰ সিদ্ধান্ত লোৱাত সহায় কৰি ইয়াক প্ৰথম স্থানত ৰাখিছে। মবিলে আইকন আৰু সহজে বুজি পোৱা ভাষা ব্যৱহাৰ কৰি সামগ্ৰীৰ লেবেল সৰল কৰিছে। কোম্পানীটোৱে ইঞ্জিন অইলৰ বাবে ৫০% পোষ্ট-কনজিউমাৰ ৰিচাইকেল (পিচিআৰ) প্লাষ্টিকৰ পাইলৰ সৈতে বহনক্ষম পেকেজিঙৰ প্ৰচাৰৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে, যি ভাৰতৰ ভিতৰতে প্ৰথম। মবিল ডেলভাক™ সামগ্ৰীবোৰে পাইল পেকৰ বাবে পিচিআৰ ব্যৱহাৰ কৰিব। এই বিষয়ে ভাষণ…
Read More