Business Bureau

2987 Posts
এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছে বিশ্ব ফিজিঅ’থেৰাপি দিৱসত ট্ৰাক চালকৰ বাবে আয়োজন কৰে ফিজিঅ’থেৰাপি শিবিৰৰ

এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছে বিশ্ব ফিজিঅ’থেৰাপি দিৱসত ট্ৰাক চালকৰ বাবে আয়োজন কৰে ফিজিঅ’থেৰাপি শিবিৰৰ

ভাৰতৰ আগশাৰীৰ এনবিএফচি এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছে নিজৰ চিএছআৰ কাৰ্যসূচী ট্ৰেন্সপৰ্ট আৰোগ্যম কেন্দ্ৰ (টিএকে)ৰ অংশ হিচাপে বিশ্ব ফিজিঅ'থেৰাপী দিৱসত সমাজৰ বাবে বিনামূলীয়া ফিজিঅ'থেৰাপী শিবিৰ আয়োজন কৰি ট্ৰাক চালকসকলৰ নিষ্ঠাক স্বীকৃতি দিয়ে। এইচডিবিএফএছে ১৪খন ৰাজ্যৰ ৩৫টা প্ৰধান পৰিবহণ নগৰত ট্ৰাক চালকসকলক শাৰীৰিক সুস্থতা উন্নত কৰিবলৈ, নমনীয়তা বৃদ্ধি কৰিবলৈ, মূল পেশীসমূহ শক্তিশালী কৰিবলৈ আৰু বহি থকাৰ ফলত হোৱা আঘাত বা সমস্যাসমূহ প্ৰতিৰোধৰ বাবে বিনামূলীয়া ফিজিঅ’থেৰাপি শিবিৰ আগবঢ়াই আহিছে। এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ এছেট ফাইনেন্সৰ মুৰব্বী অজয় ঠাকুৰে কয় যে, “ট্ৰাকচালক পৰিয়ালৰ পৰা লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত এইচডিবিয়ে আগন্তুক বছৰবোৰত আৰু নতুন বহু ট্ৰাক চালকৰ ওচৰলৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত…
Read More
থামছ আপে মুকলি কৰিলে নিজৰ “থামছ আপ উথা, ইণ্ডিয়া ইণ্ডিয়া মচা” অভিযান

থামছ আপে মুকলি কৰিলে নিজৰ “থামছ আপ উথা, ইণ্ডিয়া ইণ্ডিয়া মচা” অভিযান

কোকা-কোলা কোম্পানীৰ অধীনৰ আইকনিক হোমগ্ৰাউন পানীয় ব্ৰেণ্ড থামছ আপে "থামছ আপ উথা, ইণ্ডিয়া ইণ্ডিয়া মচা" অভিযানৰ শুভাৰম্ভৰ জৰিয়তে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ সৈতে সম্পৰ্কিত পৰৱৰ্তী অধ্যায় উন্মোচন কৰি আনন্দিত হৈছে। এই অভিযানে আগন্তুক বিশ্বকাপৰ বাবে আমাৰ খেলুৱৈসকলৰ অদম্য দৃঢ়তাক গৌৰৱেৰে আলোকপাত উজ্জ্বল কৰি তুলিছে, যিয়ে অনুৰাগীসকলক ভাৰতৰ বিজয়ৰ যাত্ৰাত বিশ্বাস কৰিবলৈ প্ৰেৰণা যোগাব আৰু অনুপ্ৰাণিচ কৰিব বুলি আশা কৰিছে। এই ছবিখনত ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেট তাৰকাসকলে ভাৰতবাসীক টীম ইণ্ডিয়াত বিশ্বাস কৰাই দিয়াৰ লক্ষ্যৰে এক অভিযানত অভিনয় কৰিছে। এই অভিযানৰ মূল কথাটো হ’ল ইয়াৰ অনন্য কাহিনী সদৰি কৰা, য’ত শ্বাহৰুখ খানক 'বিশ্বাসৰ কণ্ঠ' হিচাপে…
Read More
আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ বাবে অফিচিয়েল ড্ৰিংকৰ নাম ঘোষণা কৰিছে লিমকা স্প’ৰ্টজে

আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ বাবে অফিচিয়েল ড্ৰিংকৰ নাম ঘোষণা কৰিছে লিমকা স্প’ৰ্টজে

লিমকা ইণ্ডিয়াৰ হাইড্ৰেচন ড্ৰিংক লিমকা স্প’ৰ্টজক আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে অফিচিয়েল স্পৰ্টছ ড্ৰিংক হিচাপে নিৰ্বাচিত কৰা হৈছে, যিয়ে খেলুৱৈ আৰু খেলৰ সৈতে পৰোক্ষভাৱে জড়িত ব্যক্তিসকলক সমৰ্থন কৰাৰ বাবে নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰিছে। লিমকাস্পৰ্টজ আয়ন ৪ হৈছে এক কম কেলৰিযুক্ত ক্ৰীড়া পানীয়, যিয়ে গ্লুক'জ, ইলেক্ট্ৰ'লাইট (ছডিয়াম, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম) আৰু বি-ভিটামিন ব্যৱহাৰ কৰি শাৰীৰিক কাৰ্য-কলাপৰ সময়ত দ্ৰুত ৰিহাইড্ৰেচন আৰু স্থায়ী শক্তি প্ৰদান কৰে। বিশেষজ্ঞৰ দ্বাৰা সৃষ্টি কৰা ই পুনৰ ৰিহাইড্ৰেচন, ৰিএনাৰ্জাইজিং আৰু পুনৰ পূৰণ(ৰিপ্লেনেছিং)ত উৎকৃষ্ট। ইয়াৰ উপৰিও ই #RukMat (কেতিয়াও বন্ধ নহ'ব)ৰ বাৰ্তা প্ৰেৰণ কৰে, ব্ৰেণ্ডটোৰ অদম্য অধ্যৱসায় আৰু জীৱনীশক্তিৰ নিৰন্তৰ মনোভাৱক মূৰ্ত কৰি ক্ৰিকেটাৰসকলৰ মনোভাৱক প্ৰচাৰ কৰে। অলিম্পিক…
Read More
টাটা মটৰ্ছে ডিটিচিক  যোগান ধৰিলে ৪০০ ষ্টাৰবাছ ইভি

টাটা মটৰ্ছে ডিটিচিক যোগান ধৰিলে ৪০০ ষ্টাৰবাছ ইভি

টাটা মটৰ্ছে ১,৫০০ খন নিম্ন মহলাৰ শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছ যোগান ধৰাৰ ১২ বছৰীয়া চুক্তিৰ অংশ হিচাপে দিল্লী পৰিবহন নিগম(ডিটিচি)ক  ৪০০খন ষ্টাৰবাছ ইভি বাছ যোগান ধৰিছে। নেক্সট-জেন স্থাপত্যৰ ওপৰত নিৰ্মিত আৰু উন্নত বেটাৰী প্ৰণালীৰে সজ্জিত এই শূন্য-নিৰ্গমন বাছবোৰ সমগ্ৰ দিল্লীত সুৰক্ষিত, আৰামদায়ক আৰু সুবিধাজনক আন্তঃ-চহৰ যাতায়তৰ বাবে ডিজাইন কৰা হৈছে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশতে ১০০০ৰো অধিক ই-বাছ যোগান ধৰাৰ মাইলৰ খুঁটি অৰ্জন কৰিছে টাটা মটৰ্ছে। ২০২৩ চনৰ ৫ ছেপ্টেম্বৰত দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যৌথভাৱে বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ৪০০খন ই-বাছৰ চলাচল আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। এই…
Read More
আইচিআইচিআই প্ৰুডেণ্ট লাইফ ইঞ্চুৰেন্সৰ বিক্ৰীত ১৫৮% বৃদ্ধিৰ অভিলেখ

আইচিআইচিআই প্ৰুডেণ্ট লাইফ ইঞ্চুৰেন্সৰ বিক্ৰীত ১৫৮% বৃদ্ধিৰ অভিলেখ

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে ২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩ বিত্তীয় বৰ্ষলৈ গেৰাণ্টিযুক্ত সঞ্চয় সামগ্ৰী শাখাত ১৫৮% বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে, যিয়ে নিশ্চিত লাভালাভৰ বাবে গ্ৰাহকৰ পছন্দৰ ইংগিত দিয়ে। শেহতীয়াকৈ শ্বেয়াৰ বজাৰত বৃদ্ধি পোৱা অস্থিৰতাৰ বাবে নিশ্চিত লাভালাভ প্ৰদান কৰা সামগ্ৰীৰ ফালে গ্ৰাহকৰ অগ্ৰাধিকাৰ স্থানান্তৰিত হৈছে। গেৰাণ্টিযুক্ত লাভাজনক সামগ্ৰীবোৰে মূলধনৰ সুৰক্ষা প্ৰদান কৰে আৰু স্থিৰ ৰিটাৰ্ণ প্ৰদান কৰে। এই শ্ৰেণীৰ সামগ্ৰীবোৰে আৰ্থিক স্থিতিশীলতা আৰু কম উপাৰ্জনৰ উৎস গঢ়ি তোলাৰ এক সম্ভাৱ্য পথ প্ৰদান কৰে। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ জ্যেষ্ঠ কাৰ্যবাহী উপাধ্যক্ষ বিনোদ এইছে কয় যে, “ডিজিটেলাইজেশ্যনে গ্ৰাহকসকলক কাগজবিহীন ক্ৰয় যাত্ৰা প্ৰদান কৰে আৰু গ্ৰাহকক স্ব-সেৱা বিকল্পৰ সৈতে শক্তিশালী কৰি তোলে। বিতৰণৰ…
Read More
টিকেএমে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে ২৪ সংখ্যক  টাচপইণ্ট

টিকেএমে উত্তৰ-পূৰ্বাঞ্চলত মুকলি কৰিলে ২৪ সংখ্যক টাচপইণ্ট

‘গ্ৰাহক-প্ৰথম’ পদ্ধতিৰ সৈতে সংগতি ৰাখি টয়োটা কিৰ্লোস্কাৰ মটৰে আজি দেশৰ উত্তৰ-পূৰ্বাঞ্চলত ২৪ সংখ্যক গ্ৰাহক টাচপইণ্ট উদ্বোধন কৰিছে। তেজপুৰত আদিত্য টয়োটা মুকলি কৰাটোৱে অঞ্চলটোত নিজৰ উপস্থিতি সুদৃঢ় কৰাৰ বাবে কোম্পানীটোৰ অদম্য প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু এইদৰে এক বহল গ্ৰাহকৰ ভিত্তিত বিশ্বমানৰ সামগ্ৰী আৰু সেৱাসমূহৰ সহজ প্ৰৱেশ নিশ্চিত কৰা হৈছে। এই নতুনকৈ উদ্বোধন কৰা আদিত্য টয়োটা ৩৭,০০০ বৰ্গফুটৰ এলেকাত বিস্তৃত আৰু ইয়াত চাৰ্ভিছ আৰু স্পেয়াৰ (২এছ)ৰ লগতে চেলছ (১এছ) দুয়োটাকে সামৰি লোৱা অত্যাধুনিক সুবিধাৰে সজ্জিত কৰা হৈছে। টয়োটা বাহন ক্ৰয় আৰু মালিকীস্বত্বৰ সমগ্ৰ অভিজ্ঞতাক এক অসুবিধা-মুক্ত অভিজ্ঞতা প্ৰদান সুনিশ্চিত কৰি তোলাৰ লক্ষ্যৰে গ্ৰাহকৰ অভিজ্ঞতাক উন্নীত কৰিবলৈ উৎসৰ্গিত এই সুবিধাই সু-প্ৰশিক্ষিত…
Read More
আমাজন ফেশ্বনে আয়োজন কৰিছে ‘হৰ পল ফেশ্বনেবল’

আমাজন ফেশ্বনে আয়োজন কৰিছে ‘হৰ পল ফেশ্বনেবল’

চিৰসেউজ আকৰ্ষণ আৰু আধুনিক ধাৰাক একত্ৰিত কৰা জনগোষ্ঠীয় পোছাকৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰিসৰৰ সৌন্দৰ্য আৰু মেকআপৰ প্ৰয়োজনীয়তা যি এক উজ্জ্বল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়ে, আমাজন ফেশ্বনত প্ৰাক-উৎসৱৰ প্ৰস্তাৱবোৰে এই উৎসৱৰ বতৰত নিজকে সাজু কৰিব বিচৰা ক্ৰেতাসকলৰ বাবে আনন্দদায়ক হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। এই উৎসৱৰ বতৰত ফেশ্বন অনুৰাগীৰ বাবে বিভিন্ন বিকল্প প্ৰদান কৰিছে, যাৰ ভিতৰত আছে কুৰ্তা, চাৰ্ট, শাৰী, লেহেংগা, মেকআপ, ছালৰ যতন আৰু সুগন্ধি। ষ্টাইলিছ জোতা, আনুষংগিক সামগ্ৰী, টাইমপিছ আৰু পৰিশোধিত লাগেজ চেটৰ দ্বাৰাও গ্ৰাহকসকলে নিজৰ চেহেৰা বা ৰূপক উন্নত কৰি উৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে। ৮-১২ ছেপ্টেম্বৰলৈ আমাজন ফেশ্বনে আয়োজন কৰিছে ‘দ্য এথনিক উইক’ৰ, য’ত শাৰী, কুৰ্তা চেট, লেহেংগা…
Read More
টাটা পাৱাৰ ৰিনিউৱেবল এনাৰ্জি লিমিটেডৰ সৈতে সহযোগিতা কৰি ১২ মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্প সৃষ্টি কৰিছে টাটা মটৰ্ছে

টাটা পাৱাৰ ৰিনিউৱেবল এনাৰ্জি লিমিটেডৰ সৈতে সহযোগিতা কৰি ১২ মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্প সৃষ্টি কৰিছে টাটা মটৰ্ছে

টাটা মটৰ্ছ আৰু টাটা পাৱাৰ ৰিনিউৱেবল এনাৰ্জি লিমিটেডে টাটা মটৰ্ছৰ পুনে বাণিজ্যিক বাহন নিৰ্মাণ কেন্দ্ৰত ১২ মেগাৱাট শক্তিসম্পন্ন অন-ছাইট সৌৰ প্ৰকল্প গঢ়ি তোলাৰ বাবে এক শক্তি ক্ৰয় চুক্তি স্বাক্ষৰ কৰিছে, যিয়ে টাটা গ্ৰুপৰ অনন্য উৎপাদন পদ্ধতিৰ জৰিয়তে পৰিৱেশৰ বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। সেউজ উৎপাদনৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ। এই প্ৰকল্প স্থাপনে বছৰি ১৭.৫ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা কৰা হৈছে। যিয়ে বাৰ্ষিক প্ৰয়োজনীয়তাৰ ১৭.২% পূৰণ কৰিব আৰু প্ৰতি কিলোৱাট ঘণ্টাত ১২,৪০০ মেট্ৰিক টনতকৈ অধিক কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ সম্ভাৱনা আছে। টাটা মটৰ্ছে পিপিএ স্বাক্ষৰ কৰাৰ পিছত ছমাহৰ ভিতৰত পুনেত এটা সৌৰ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে,…
Read More
বেংক এপ্লিকেচনৰ আধুনিকীকৰণৰ বাবে সহযোগিতা আইবিএম আৰু ইণ্ডিয়ান বেংকৰ

বেংক এপ্লিকেচনৰ আধুনিকীকৰণৰ বাবে সহযোগিতা আইবিএম আৰু ইণ্ডিয়ান বেংকৰ

আইবিএম আৰু ইণ্ডিয়ান বেংকে ফ্ৰণ্ট-এণ্ড বেংকিং এপ্লিকেচনৰ আধুনিকীকৰণ আৰু অন্যান্য বেংকিং সমাধানৰ বাবে কামৰ বোজা(ৱৰ্কলোড)ত ব্যৱসায়িক বৃদ্ধি অব্যাহত ৰাখিবলৈ অংশীদাৰীত্ব কৰিছে। এই সহযোগিতাই সুৰক্ষিত গণনা আন্তঃগাঁথনি আৰু নতুন এপ্লিকেচনসমূহ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইণ্ডিয়ান বেংক হৈছে ভাৰতৰ অন্যতম আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বেংক। ই সমগ্ৰ দেশৰ লগতে বিদেশতো বিস্তৃত ৫,৭৯৮টা শাখাৰ জৰিয়তে ১০ কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়ায়। তেওঁলোকৰ প্ৰজেক্ট পেৰাডাইজৰ অংশ হিচাপে ইণ্ডিয়ান বেংকে ডাটা চেণ্টাৰ (ডিচি) আৰু ডিজেষ্টাৰ ৰিক'ভাৰী (ডি আৰ) চেণ্টাৰ দুয়োটা ক্ষেত্ৰতে উন্নত ব্যৱস্থাপনা আৰু উপলব্ধতাৰ বাবে ফ্ৰণ্ট ব্ৰাঞ্চ চাৰ্ভাৰসমূহ একত্ৰিত কৰিব বিচাৰিছিল, লগতে চিবিএছ ৱৰ্কলোডসমূহ শেহতীয়া জেনেৰেচনৰ চাৰ্ভাৰ আইবিএম পাৱাৰ®ৰ সহায়ত চলাব বিচাৰিছিল। আইবিএমে ইণ্ডিয়ান…
Read More
হাইব্ৰিড ক্লাউড আৰু এআইক লাভান্বিত কৰিবলৈ আইবিএমে আইআইটি-বি আৰু আইআইএছচি বেংগালুৰুৰ সৈতে সহযোগিতাক পুনৰ জাগ্ৰত কৰিছে

হাইব্ৰিড ক্লাউড আৰু এআইক লাভান্বিত কৰিবলৈ আইবিএমে আইআইটি-বি আৰু আইআইএছচি বেংগালুৰুৰ সৈতে সহযোগিতাক পুনৰ জাগ্ৰত কৰিছে

আইবিএমে হাইব্ৰিড ক্লাউড আৰু এআইত উদ্ভাৱনীমূলক সমাধানৰ বাবে আইআইটি বম্বে আৰু আইআইএছচি বেংগালুৰুৰ সৈতে গৱেষণা সহযোগিতা পুনৰ দৃঢ় কৰিছে। আইআইটি বম্বেই ভাৰতত এ আই গৱেষণাক আগুৱাই নিয়াৰ বাবে ২০১৮ চনত আইবিএম এ আই হৰাইজন নেটৱৰ্কত যোগ দিছিল আৰু ২০২১ চনত আইবিএম আৰু আইআইএছচি বেংগালুৰুৱে হাইব্ৰিড ক্লাউড প্ৰযুক্তিৰ গৱেষণা আগবঢ়াই নিবলৈ আৰু এই ক্ষেত্ৰত যুগান্তকাৰী উদ্ভাৱনক আগুৱাই নিবলৈ আইবিএম-আইআইএছচি হাইব্ৰিড ক্লাউড লেব মুকলি কৰিছিল। আইবিএমে শিক্ষাৰ্থী, অধ্যাপক, আৰু উদ্যোগ গৱেষকৰ সৈতে সহযোগিতা কৰি উদ্ভাৱনক আগুৱাই লৈ গৈছে আৰু সমগ্ৰ পৃথিৱীতে সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ ব্যৱহাৰিক সমাধান প্ৰদান কৰিছে। এই প্ৰকল্পৰ লক্ষ্য হৈছে প্ৰযুক্তি বৃদ্ধি কৰা আৰু অধিক উন্নত ভৱিষ্যতলৈ অৰিহণা যোগোৱা। এই…
Read More