মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ‍্যজুৰি আছুৰ প্ৰতিবাদ
ৰাজ‍্যৰ প্ৰতিখন জিলা সদৰত এই প্ৰতিবাদ
পেট্ৰ’ল-ডিজেল-অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ
পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত।ৰজাঘৰীয়াৰ বিৰুদ্ধে হুংকাৰ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত তীব্ৰ আন্দোলনৰ গঢ়ি তুলিব আছুৱে

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *