আমেৰিকাত হ্ৰাস পাইছে ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা। ২০২৫-২৬ বৰ্ষৰ শিক্ষা বৰ্ষত হ্ৰাস পাইছে ৬.৫ শতাংশ শিক্ষাৰ্থীৰ সংখ্যা। অপেন ড’ৰছ ৰিপ’ৰ্টত প্ৰকাশ পাইছে এই তথ্য। উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱা অনিহা শিক্ষাৰ্থীসকলৰ। OPTৰ প্ৰতি আকৰ্ষিত ভাৰতীয় ছাত্ৰৰ সংখ্যা ২৬.৮ শতাংশ বৃদ্ধি পাইছে।
আমেৰিকাত হ্ৰাস পাইছে ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা
