উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ। জনতা ভৱন আৰু মন্ত্ৰী আৱাসৰ সমুখত ৰাইজৰ দলে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।মন্ত্ৰী আৱাস-জনতা ভৱনৰ সমুখৰ বেৰিকেড ভাঙি দিয়ে প্ৰতিবাদকাৰীয়ে।আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক ঠেলি-হেঁচি আৰক্ষীৰ বাহনত উঠাই আটক কৰে। আৰক্ষীয়ে বাধা দিয়াক লৈ উত্তেজনাৰ সৃষ্টি হয় প্ৰতিবাদস্থলীত।
উজনিৰ বানাক্ৰান্তৰ ক্ষতিপূৰণৰ দাবীত দিছপুৰত তীব্ৰ প্ৰতিবাদ
