ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা

ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ ইজৰাইল চৰকাৰৰ সৰ্বোচ্চ পুৰস্কাৰ ঘোষণা ৷ ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে এইবেলি দেশখনৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ ভাৰতীয় পাইলট মাচ্চাৰক আগবঢ়োৱা হ’ব বুলি বৃহস্পতিবাৰে এক ঘোষণা কৰে ৷ ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা টেল আভিভলৈ উৰা মৰা ফ্লাইডুবাই বিমান এফজেড ১০৭৩ত সহ-পাইলটে কৰা আক্ৰমণৰ পিছত মাচ্চাৰে অসাধাৰণ সাহস প্ৰদৰ্শন কৰি প্ৰায় ১৭০ গৰাকী যাত্ৰীৰ প্ৰাণৰক্ষা কৰিছিল ৷ তাৰ সুবাদতে কেপ্টেইন মাচ্চাৰলৈ এই বঁটা আগবঢ়োৱা হ’ব ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *