স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ। স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত নতুনকৈ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। এই সন্দৰ্ভত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহৰ বাবে ৬,৮১৪ গৰাকী এম বি বি এছচিকিৎসক, ৮২ গৰাকী আয়ুষ চিকিৎসক, ২২ গৰাকী দন্ত চিকিৎসক, ১০,৯৪২ গৰাকী ষ্টাফ নাৰ্ছ, ৪,৬৬৯ গৰাকী ফার্মাচিষ্ট, ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান, ৬৭ গৰাকী ৰেডিঅ’গ্ৰাফাৰ, ১,২৮৩ গৰাকী এ এন এম, ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক/একাউন্টটেন্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্রায় ৩৩,২৪০ টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *