আদালতত মুখ ঠেকেচা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ।
আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱে এতিয়া লাভ কৰিব জন্মগত নাগৰিকত্ব।
পিতৃ মাতৃ অনুপ্ৰৱেশকাৰী বা অস্থায়ী ভিছা লৈ থাকিলেও সন্তানে পাব অধিকাৰ।
ৰাষ্ট্ৰপতিৰ দায়িত্ব লাভ কৰিয়েই নাগৰিকত্ব নিয়মৰ বিৰোধিতা কৰিছিল ডনাল্ড ট্ৰাম্পে।
উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে বিমুখ কৰিলে ডনাল্ড ট্ৰাম্পক ।
আদালতত মুখ ঠেকেচা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ
