শশ ৰোগীৰ হাহাকাৰৰ মাজতে কিছু সকাহ।
তিনি মাহলৈ বৃদ্ধি আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ডায়েলাইছিছৰ বিনামূলীয়া সুবিধা ।
১ জুলাইৰ পৰা ৩০ ছেপ্টম্বৰলৈ বৃদ্ধি এই সুবিধা।
অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে জাননী।
ৰোগীৰ হাহাকাৰৰ মাজতে কিছু সকাহ
