কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা।
এতিয়াৰে পৰা চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন অবিহনে ক্ৰয় কৰিব নোৱাৰিব কফ ছিৰাপ।
অন্যান্য ছিৰাপো ক্ৰয় কৰাৰ ক্ষেত্ৰত জাৰি অনুৰূপ নিৰ্দেশনা।
কফ ছিৰাপৰ পৰা দেশৰ বহু ঠাইত শিশুৰ মৃত্যুৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিলে জৰুৰী নিৰ্দেশনা।
সাৱধান জনতা
