জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্টট্ৰেক আদালতত চলোৱাৰ বাবে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো ফাষ্টট্ৰেক আদালতত চলোৱাৰ বাবে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , “জুবিন গাৰ্গৰ ঘটনাৰ গোচৰটো ফাষ্টট্ৰেক আদালতত ক্ষীপ্ৰতাৰে শুনানি হোৱাটো বিচাৰিছিলো।”৩ মাহৰ ভিতৰতে SITয়ে চাৰ্জশ্বীট দাখিল কৰি গোচৰটো সঠিকভাৱে আগবঢ়াই নিছে।”সঠিকভাৱে গোচৰ শুনানি চলিলে প্ৰকৃত ঘটনাটো পোহৰলৈ আহিব।”অভিযুক্তই জামিন পোৱাটো জুবিনক ভাল পোৱা কোনেও নিবিচাৰে।’ ‘অসুৰ-দানৱবোৰ এতিয়া বধ হ’ব লাগে।’

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *