১৮০ খন পূজা সমিতিলৈ পৌৰনিগমৰ  স্বচ্ছতা বঁটা

স্বচ্ছ দুর্গা পূজা মণ্ডপ প্রতিযোগিতা  বঁটা বিতৰণ শণিবাৰে আই টি এ মাছখোৱাত অনুষ্ঠিত অনুষ্ঠানত স্বচ্ছ দুর্গা পূজা মণ্ডপ প্রতিযোগিতা ২০২৫ -ৰ বঁটা বিতৰণ কৰা হয়। গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ মুঠ ৫০০খন দুর্গা পূজা মণ্ডপৰ মাজৰ ১৮০ খন পূজা সমিতিয়ে এই স্বচ্ছতাৰ বঁটা লাভ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্বচ্ছতাৰ প্রতি দায়বদ্ধতা দেখুৱাই বঁটা লাভ কৰা সকলোকে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। ‘আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া , আয়ুক্ত চিন্ময় প্রকাশ ফুকনৰ লগতে  ‘মেয়ৰ ইন কাউন্সিল’ৰ সদস্যসকল উপস্থিত থাকে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *