ধাৰাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কৃতী ছাত্ৰী আয়েশা ৰহমানে

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  আজাৰা থানাৰ অন্তৰ্গত  ধাৰাপুৰ মজলী নিবাসী অহব আলী আৰু জুনেতা বেগমৰ সুযোগ্যা সন্তান আয়েশা ৰহমানে  সদ্য ঘোষিত স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰি বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আয়েশা ৰহমানে অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সমাজতত্ত্ব বিভাগত ৯.৯৭ এছ জি পি এ নম্বৰ লাভ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে। আয়েশা ৰহমানৰ এনে কৃতিত্বত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন সন্তোষ প্ৰকাশ কৰিছে।

আনহাতে অলপতে অনুষ্ঠিত হোৱা অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ পঞ্চম দিক্ষান্ত সমাৰোহত কৃতী ছাত্ৰী আয়েশা ৰহমানক অসমৰ ৰাজ্যপা

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *