অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বৰাক উপত্যকাত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। সীমান্ত সূৰক্ষা বাহিনীৰ চকুত ধূলি দি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা পুনৰ ৭ গৰাকী বাংলাদেশীক আটক কৰে শ্ৰীভূমি আৰক্ষীয়ে।জিলাখনৰ বাংলাদেশ সীমান্তৱৰ্তী এলেকাত আটক কৰা এই বাংলাদেশী কেইজনক অৱশেষত বুধবাৰে বাংলাদেশলৈ ওভতাই পঠিওৱা হয়।‌ বাংলাদেশী কেইজনৰ ভিতৰত আছে দুগৰাকী মহিলা আৰু পাঁচগৰাকী পুৰুষ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *