কভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই সীমা অতিক্ৰম কৰিছে

সমগ্ৰ দেশত এইপৰ্যন্ত ক’ভিড ৰোগীৰ সংখ্যাই ৫ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাত এতিয়ালৈকে সৰ্বাধিক লোক এই ভাইৰাছত আক্ৰান্ত ৰাজ্য। বিগত ২৪ ঘণ্টাত ক’ভিড সংক্ৰমণৰ বাবে দেশত ৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে ক’ভিডৰ এনে দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নয়ডাত ধাৰা-১৬৩ জাৰি কৰা হৈছে। আজিৰ পৰা ৯ জুনলৈ এই নিয়ম প্ৰযোজ্য হৈ থাকিব নয়ডাত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *