মিজোৰামৰ বাবে আছে ভাল খবৰ

উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে আছে এটা ভাল লগা খবৰ ৷ দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্যত পৰিণত হৈছে মিজোৰাম ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই মঙলবাৰে আনুষ্ঠানিকভাৱে মিজোৰামক সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰে ৷ সম্প্ৰতি দেশৰ পূৰ্ণ সাক্ষৰতা লাভ কৰা প্ৰথমখন ৰাজ্যত পৰিণত হৈছে মিজোৰাম । এম জি ইউ অডিটৰিয়ামত অনুষ্ঠিত হৈছিল এই উদযাপন অনুষ্ঠান ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *