মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে চিগাৰেটৰ

ধূম্ৰপায়ীসকলৰ বাবে আহিল এক দুঃখবৰ।কিয়নো বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য !উল্লেখযোগ্য যে ইকন’মিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আঁতৰোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ’ব ।ইফালে এই বাতৰি প্ৰকাশৰ পিছতে বৃহস্পতিবাৰে ধপাতৰ ওপৰত শ্বেয়াৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ অৱনমন দেখা গৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *