ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব একাউন্ট খুলিব নোৱাৰিব ১৮ বছৰৰ তলৰ লোকে!
ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া!
ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত খচৰা যুগুত ভাৰতৰ।
অসমতো বলৱৎ হ’ব এই কঠোৰ আইন।
প্ৰতিখন ৰাজ্যতে অতি সোনকালেই আহিব এই আইন।
কিশোৰ অপৰাধ প্ৰৱণতা ৰোধৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ।