২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা

94

২ আগষ্টৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা।

শ্ৰীলংকাৰ বিৰুদ্ধে ৩খনকৈ এদিনীয়া শৃংখলাৰ মেচ খেলিব ভাৰতে।

বিয়লি ২:৩০ বজাত শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।

ইতিমধ্যে ৩-০ৰ ব্যৱধানত T-20 শৃংখলা দখল কৰিছে ভাৰতীয় দলটোৱে।

টীম ইণ্ডিয়াৰ T20 দলটোত আছে অসম সন্তান ৰিয়ান পৰাগ।