অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক!

64

অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ চমক!

মহিলাৰ পিছত পুৰুষ দল কোৱাৰ্টাৰ ফাইনেলত

উদ্বোধনৰ পূৰ্বেই অলিম্পিকৰ আৰম্ভণি খুবেই সুন্দৰ ভাৰতৰ বাবে।

প্ৰথমে আৰ্চাৰীত ভাৰতীয় মহিলা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।

আৰু বৃহস্পতিবাৰে দিনৰ শেষত চমক দিলে ভাৰতীয় পুৰুষ আৰ্চাৰী দলে।

সুন্দৰ প্ৰদৰ্শন কৰি ৩ নম্বৰত শেষ কৰি পোনে পোনে অন্তিম আঠৰ টিকট নিশ্চিত কৰে ভাৰতীয় পুৰুষ দলে।

প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ মুঠ স্ক’ৰ ২০১৩।

দলত আছে ধীৰাজ বোম্মাদেৰাভা, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ।