আকৌ নকল সোণৰ বেহা

41

লখিমপুৰৰ বঙালমৰাত আকৌ ওলাইছে নকল সোনৰ নাও ৷
নকল সোণ বেপাৰী যদি ডালে ডালে,আৰক্ষী আকৌ পাতে পাতে
।বঙালমৰা ২নং সোণাপুৰত আৰক্ষীৰ অভিযান।এখন বাহনত তালাচী চলাওঁতেই ওলাল ৰহস্যৰ উৎস।যোৱাৰাতি চাৰিখন নকল সোনৰ নাও সহ গ্ৰেপ্তাৰ তৈবুৰ ৰহমান নামৰ এটা সৰবৰাহকাৰীক।