দুবছৰৰ অন্তত মুক্ৰোৰ ঘটনাৰ তদন্তৰ দায়িত্ব ল’লে CBIয়ে

39

দুবছৰৰ অন্তত মুক্ৰোৰ ঘটনাৰ তদন্তৰ দায়িত্ব ল’লে CBIয়ে৷

হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰ সন্দৰ্ভত দাখিল এজাহাৰ৷

এজাহাৰৰ ভিত্তিত অৱশেষত CBIয়ে পঞ্জীয়ন কৰিলে গোচৰ৷

চোৰাং কাঠৰ সৰবৰাহক লৈ বনকৰ্মী, অসম আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছিল দুষ্ট চক্ৰ৷

২০২২ৰ ২২নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা৷