বানৰ মাজতে অঘটন

45

বানৰ মাজতে হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঠেপলাগুৰিত অঘটন৷

বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে দুচকীয়া বাহনৰ চালকসহ এগৰাকী মহিলাক৷

বাঢ়নী পানীৰ বাবে পথছোৱাৰে প্ৰশাসনে বন্ধ কৰি দিছিল যাতায়াত৷

প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা কৰাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা৷