CAAৰ জৰিয়তে দেশত নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

44

CAAৰ জৰিয়তে দেশত নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া আৰম্ভ৷

বুধবাৰৰ পৰা ৩খনকৈ ৰাজ্যত এই প্ৰক্ৰিয়া আৰম্ভ৷

পশ্চিমবংগ, উত্তৰাখণ্ড, হাৰিয়ানাত নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া আৰম্ভ৷

যোৱা ১১ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বলৱৎ কৰিছিল CAAৰ বিধি৷

বিজ্ঞপ্তিযোগে এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে৷