উচ্চতম ন্যায়ালয়ত মুখ থেকেচা অৰবিন্দ কেজৰিৱালৰ

71

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা অৰবিন্দ কেজৰিৱালৰ৷

ন্যায়ালয়ে অগ্ৰাহ্য কৰিলে ৭ দিনৰ জামিন বৃদ্ধিৰ আবেদন৷

১ জুনত অন্ত পৰিব কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিন৷

জামিনৰ ম্যাদ পুনৰ ৭ দিনলৈ বৃদ্ধিৰ বাবে আদালতৰ কাষ চাপিছিল কেজৰিৱাল৷