বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা জব্দ ৩খন নকল সোণৰ নাও

69

বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা জব্দ ৩খন নকল সোণৰ নাও।

নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক।

নজৰুল ইছলাম নামৰ লোকজনৰ পৰা জব্দ নকল সোণৰ নাওকেইখন।

ঘটনা সন্দৰ্ভত নজৰুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ।

সোধা-পোছাৰ অন্তত পুত্ৰক মুকলি কৰি দিয়ে আৰক্ষীয়ে।