বৰপেটা জিলা কমিটি গঠন

71

অসম বাঙালী পৰিষদৰ বৰপেটা জিলা কমিটি গঠন সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ নাগে অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে ।

সভাত ৰীতা নাগক সভাপতি, ৰাজা সাহাক কাৰ্যকাৰী সভাপতি, দীপক ঘোষক উপ-সভাপতি,  প্ৰনয় দে’ক সাধাৰণ সম্পাদক, সুমিত দে (ৰনী)ক যুটীয়া সম্পাদক, ৰাজেন্দ্ৰ সৰকাৰক সাংগঠনিক সম্পাদক, বিনয় দে’ক সাংস্কৃতিক সম্পাদকৰ লগতে প্ৰচাৰ সম্পাদক, কাৰ্যকৰী সদস্য হিচাপে লৈ ২১ জনীয়া এক শক্তিশালী বৰপেটা জিলা সমিতি গঠন কৰা হয় ।