লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ধনৰ অভাৱত ভুগিছে কংগ্ৰেছ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ধনৰ অভাৱত ভুগিছে কংগ্ৰেছে। আয়কৰ বিভাগে ফ্ৰীজ কৰিছে কংগ্ৰেছৰ চাৰিটাকৈ একাউণ্ট। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতা অজয় মাকনৰ গুৰুতৰ অভিযোগ। ফ্ৰীজ কৰা হৈছে যুৱ কংগ্ৰেছৰ একাউণ্টো। ২১০ কোটি টকা পৰিশোধৰ নিৰ্দেশ আয়কৰ বিভাগৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *